২৪ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
* ২০১৪ - কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক '''[[মদন মোহন মালৱীয়|মদন মোহন মালৱীয়ক]]'''ক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসমাৰিক সন্মান '''[[ভাৰতৰত্ন]]'''য়ে সন্মানিত কৰা হয়।
* ২০১৮ - প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু '''[[বিজেপি]]'''ৰ প্ৰথমজন সভাপতি '''[[অটল বিহাৰী বাজপেয়ী]]'''ৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এশটকীয়া মুদ্ৰা উন্মোচন কৰে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী '''[[নৰেন্দ্ৰ মোদী]]'''য়ে। মুদ্ৰাটোত ইংৰাজী আৰু দেৱান গিৰি দুয়োটা লিপিত অটল বিহাৰী বাজপেয়ীৰ নাম লিখা আছে। ৰূপ, তাম, নিকেলৰ আৰু জিংক সংমিশ্ৰণ কৰি নিৰ্মাণ কৰা মুদ্ৰাটোৰ ওজন ৩৫ গ্ৰাম। মুদ্ৰাটোৰ এটা পিঠিত অশোক স্তম্ভ আৰু আনটো পিঠিত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ প্ৰতিচ্ছবি থাকিব। ইয়াৰ উপৰি তদানীন্তন লোকসভাৰ অধ্যক্ষা '''[[সুমিত্ৰা মহাজন]]'''ৰ অধ্যক্ষতাত প্ৰতিচ্ছবি কমিটিয়ে '''[[লোকসভা]]'''ৰ চেন্ট্ৰেল হ'লত বাজপেয়ীৰ এখন লাইভ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে '''[[শ্যামা প্ৰসাদ মুখাৰ্জী]]'''ৰ পিছত বাজপেয়ী দ্বিতীয়গৰাকী জনসংঘৰ ব্যক্তি যাৰ লাইভ প্ৰতিচ্ছবি চেন্ট্ৰেল হ'লত আন সকলৰ মাজত থাকিব।
* ২০২২ - ড° [[সূৰ্যকান্ত হাজৰিকা]] অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। <ref>{{Cite web|url= https://www.pratidintime.com/latest-assam-news-breaking-news-assam/surjya-hazarika-president-asam-sahitya-sabha |website=প্ৰতিদিন টাইম|title=Dr Surjya Hazarika Elected New President of Asam Sahitya Sabha|language=en|access-date=24 December 2022}}</ref>
 
==জন্ম==