দিৱস পদক সম্পাদনা কৰক

  দিৱস পদক

প্ৰিয় সতীৰ্থ, ভালে সংখ্যক দিৱস সম্বন্ধীয় অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ সম্পাদনা তথা প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য পদকটি আপোনালৈ আগবঢ়োৱা হ’ল৷ আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ৷

অনামিকা(চুমু) বড়া (বাৰ্তা) 17:50, 1 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ। আপোনালোকৰ সাহস আৰু প্ৰেৰণাৰ দ্বাৰা উপকৃত হৈছো। ৱিকিপিডিয়াত নতুন মে' উত্তৰ দিয়াত পলম হ'ল তাৰবাবে দুঃখিত। G.S.Borah (বাৰ্তা) 16:30, 7 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। বৰ্তমানলৈকে ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ উপৰিও বিভিন্ন তাৰিখ সম্বন্ধিত ঘটনা আদিৰ তথ্য সংৰক্ষণৰ বাবে কৰি থকা চেষ্টাৰ বাবে আপুনি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব।-Nayan j Nath (বাৰ্তা) 16:06, 24 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ। আপোনাৰ উৎসাহভৰা বাৰ্তাৰ দ্বাৰা উপকৃত হৈছো। G.S.Borah (বাৰ্তা) 05:59, 27 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিপিডিয়ানৰ মনৰকথা সম্পাদনা কৰক

নমস্কাৰ! শেহতীয়াকৈ ৱিকিপিডিয়াত আপোনাৰ সক্ৰিয়তাৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ। মহোদয়, অসমীয়া ৱিকিপিডিয়ান সকলে প্ৰতিমাহৰ খটিয়ান লৈ এখন ৱিকিপত্ৰিকা প্ৰকাশ কৰি আহিছে। এই পত্ৰিকাৰ জানুৱাৰী মাহৰ সংখ্যাটোৰ বাবে মনৰ কথা লিখি তলৰ লিংকত জমা দিব বুলি আশা কৰিছোঁ- মনৰ কথা (জানোৱাৰী)