সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
"সময় অঞ্চল" হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নির্দিষ্ট এলেকা য’ত অন্তর্ভুক্ত দেশসমূহৰ স্থানীয় সময় একেই হয়| ওচৰা ওচৰি দুটা সময় স্থানৰ সময় ব্যৱধান সাধাৰণতে ১ (এক) এক ঘণ্টা মান হৈ থাকে। [[নিউয়র্ক]]ৰ পৰা [[নেভাডা]] পর্যন্ত [[মার্কিন যুক্তৰাষ্ট্র]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে| তেনেদৰে [[টৰণ্টো]], [[নিউয়র্ক]], [[ৱাচিংটন]], ডি.সি., [[হাভানা]], [[কিংস্টন]], [[বোগোতা]], [[ডেট্রয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তর্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু [[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন। পূর্বে [[গ্রীণউইচ মান সময়]]ৰ ভিত্তিতেই সময়াঞ্চল বিভাজন কৰা হৈছিল| বর্তমানে আৰু নিখুঁত ভাৱে সময় পৰিমাপৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে যিটো ১৯৭২ চনৰ পৰা প্রচলিত হৈ আছে| ইয়াক
[[File:Standard time zones of the world.png|800px|center]]
|