১৪ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
 
==ঘটনাৰাজী==
 
==জন্ম==
* ১৮৭৫ - এলবাৰ্ট স্কোৱেটজাৰ, [[নোবেল বঁটা|নোবেল]] বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ।
* ১৯০৫ - [[দুৰ্গা খোটে]], ভাৰতীয় অভিনেত্ৰী।
* ১৯১২ - [[হেমাঙ্গ বিশ্বাস]], গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ।
* ১৯১৯ - কাইফি আজমি, ভাৰতীয় প্ৰথিতযশা উৰ্দ্দুভাষী কবি, সাহিত্যিক আৰু বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব। (মৃ.১০/০৫/২০০৫)
* ১৯২৬ - [[মহাশ্বেতা দেৱী]], ভাৰতীয় বাঙালী সাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী। (মৃ.২৮/০৭/২০১৬)
* ১৯২৯ - [[শ্যামল মিত্ৰ]], ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক।
* ১৯৬৫ - [[সীমা বিশ্বাস]], ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।
 
==মৃত্যু==
* ২০০৮ - [[অৰ্চনা শৰ্মা (উদ্ভিদ বিজ্ঞানী)|অৰ্চনা শৰ্মা]], ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী।
* ১৭৪২ খৃঃ - [[এডমাণ্ড হেলী]], ইংৰাজ মহাকাশবিদ যাৰ নামত হেলীৰ ধুমকেতুৰ নামকৰণ কৰা হৈছে।
* ২০১৪ - [[কনক চন্দ্ৰ ডেকা]], অসমীয়া সাহিত্যিক।
 
==দিৱস==
* বিশ্ব যুক্তিবিজ্ঞান দিৱস (আন্তৰ্জাতিক)।
 
== বাহ্যিক সংযোগ ==