সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
8 নং শাৰী:
 
[[নিউয়ৰ্ক]]ৰ পৰা [[নেভাডা]] পৰ্যন্ত [[আমেৰিকা|মাৰ্কিন যুক্তৰাষ্ট্ৰ]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে [[টৰণ্টো]], [[নিউয়ৰ্ক]], [[ৱাচিংটন]], ডি.চি., [[হাভানা]], [[কিংস্টন]], [[বোগোতা]], [[ডেট্ৰয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু [[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন। পূৰ্বে [[গ্ৰীণউইচ মান সময়]]ৰ ভিত্তিতেই সময়াঞ্চল বিভাজন কৰা হৈছিল। বৰ্তমানে আৰু নিখুঁত ভাৱে সময় পৰিমাপৰ পদ্ধতি উদ্ভাৱন কৰা হৈছে যিটো ১৯৭২ চনৰ পৰা প্ৰচলিত হৈ আছে। ইয়াক "ইউনিভাৰ্চেল টাইম জ’ন" বা "ইউটি" বোলা হয়। [[ইংলেণ্ড]]ৰ গ্ৰীণউইচ হৈছে ইউটি-১। বিভিন্ন দেশৰ ”ডে-লাইট চেভিং” পদ্ধতি চলি আছে। এই পদ্ধতিত বছৰৰ এক সময়ত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয়। সেই দৰে সময় ইউনিভাৰ্চেল টাইম জ’নৰ সময়ো ১ ঘণ্টা আগুৱাই হিছাপ কৰা হয়।
 
==লগতে চাওক==
* [[ভাৰতীয় মান সময়]] (IST)