দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
 
No edit summary
6 নং শাৰী:
 
 
'''দিবালোক সংৰক্ষণ সময়''' বা '''ডেলাইট চেভিং টাইম''' ({{lang-en|Daylight Saving Time}}), সংক্ষেপে '''ডিএসটি''' (DST) হ’ল ঘড়িৰঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূর্যোদয় আৰু সূর্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূর্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে [[পৃথিৱী|পৃথিৱীৰ]] উত্তৰ গোলার্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। [[১৭৮৪]] খ্ৰীস্টাব্দত [[বেঞ্জামিন ফ্ৰেঙ্কলিন|বেঞ্জামিন ফ্ৰেঙ্কলিনে]] তেওঁৰ এটি খামখেয়ালিপূর্ণ প্রবন্ধত প্রথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবর্তি সময়ত এই ধাৰণাটি প্রথম ১৯০৭ খ্ৰীস্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্রিটিছ নির্মাতাই ''ওয়েস্ট অফ ডেলাইট (waste of Day light)'' নামৰ এক প্যামপ্লেটত।<ref name="Encarta">''Daylight Saving'', Microsoft Encarta Encyclopedia 2004 Deluxe, CD Version. পৰিদর্শনৰ তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১</ref>
 
==প্রয়োগ==
 
 
==যুক্তি==
বিতর্ক থকা সত্ত্বেও এই পদ্ধতিটোৰ পক্ষে যিবোৰ যুক্তি দেখুওৱা হয়, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আবেলিৰ সময়ত বেছি সময় পোহৰ থাকিলে ৰাস্থাত দূর্ঘটনাৰ পৰিমান কমি যায়; আৰু স্বাস্থ্য আৰু অপৰাধমূলক কর্মকাণ্ডত ইয়াৰ প্রভাৱ অস্পষ্ট।
 
==তথ্যসূত্ৰ==
{{reflist}}
 
==বহিঃসংযোগ==
{{Refbegin}}
* [http://www.webexhibits.org/daylightsaving/ Daylight Saving Time]—general history and anecdotes
:* [http://energy.ca.gov/daylightsaving.html Saving Time, Saving Energy]—North American viewpoint
:* [http://www.merlyn.demon.co.uk/uksumtim.htm Summer Time]—European viewpoint
* [http://www.twinsun.com/tz/tz-link.htm Sources for time zone and daylight saving time data]—technical resources
* [http://www.daylight-savings-time.info Graphical Display of Time Differences with Daylight Saving Time (DST) Changes]
* [http://www.itu.int/dms_pub/itu-t/opb/sp/T-SP-LT.1-2011-PDF-E.pdf ITU LEGAL TIME 2011]
* [http://www.nist.gov/pml/div688/dst.cfm Information about the Current Daylight Saving Time (DST) Rules], U.S. National Institute of Standards and Technology (NIST.gov)
** [http://www.abcactionnews.com/dpp/news/national/when-daylight-saving-time-begins-in-2011 When Daylight Saving Time begins in 2011 (United States)]
* [http://www.worldtimezone.com/daylight.html Countries and territories operating Daylight Saving Time (2010/2011)]
{{Refend}}
 
 
[[শ্রেণী:ভূগোল]]