জ্যামিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
 
==== ত্রিভুজ ====
{{প্ৰধান প্ৰবন্ধMain|ত্ৰিভূজ}}
 
সমতলীয় জ্যামিতিৰ ভাষাত তিনিটা বাহুবিশিষ্ট সীমাবদ্ধ ক্ষেত্রকে ত্রিভুজ বোলা হয়। দ্বি-মাত্রিক অংকত ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° বা দুই সমকোণ। এটা সময়ত কেৱল ইউক্লিডীয় জ্যামিতিতেই ত্রিভুজৰ বিষয়ে আলোচনা কৰা হৈছিল। কিন্তু নিকোলাই লোবাচেভ্‌স্কি সহ অন্যান্য জ্যামিতি বিশেষজ্ঞসকলৰ অৱদানৰ ফলস্বৰূপে অসমতলীয় জ্যামিতিটো বর্তমানে ত্রিভুজৰ বিষয়ে আলোচনা কৰা হয়। এই ধৰনৰ অংকত ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ নহয়। অথচ ইউক্লিডীয় জ্যামিতিৰ মূল ভিত্তিতেই এই ধাৰণাটি গঢ় লৈছে ।
"https://as.wikipedia.org/wiki/জ্যামিতি"ৰ পৰা অনা হৈছে