৮ মাৰ্চ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
 
2 নং শাৰী:
 
==ঘটনাৱলী==
* মাৰ্চ১৯৭৫ - ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত ১৯৭৫ চনত ৰাষ্ট্ৰসংঘই এই দিনটোক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসকৰাৰ হিচাপেকথা ঘোষণা কৰে।
 
==জন্ম==
* ১৮৯৩ - [[ৰাজবালা দাস]], অসমীয়া শিক্ষাবিদ।
* ১৯০৮ - লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
* ১৯১৬ - অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক।
* ১৯৫৩ - [[বসুন্ধৰা ৰাজে]], ভাৰতীয় ৰাজনীতিবিদ।
* ১৯৫৮ - [[যোগেশ্বৰ বৰুৱা]], ভাৰতৰ মুক্তি যুঁজাৰু।
* ১৯৮৪ - ৰোছ টেইলৰ, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ।
 
== মৃত্যু ==
* ১৫৩৪ - [[ৰাণী কৰ্ণাৱতী]], ভাৰতৰ বুন্দিৰ ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক।
* ১৭০২ - তৃতীয় উইলিয়াম, ইংলেণ্ডৰ ৰজা।
 
==দিৱস==
== ছুটি আৰু অন্যান্য ==
* [[আন্তৰ্জাতিক নাৰী দিৱস]]
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/৮_মাৰ্চ"ৰ পৰা অনা হৈছে