ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{পোখালি}}
[[File:1D line.svg|310px|thumb|এদাল সৰল ৰেখা]]
 
 
দুটি [[বিন্দু]]ৰ সংযোগৰ ফলত '''ৰেখা''' ([[ইংৰাজী ভাষা|ইংৰাজী ভাষাত]]: Line)-ৰ সৃষ্টি হয়। অন্যভাবে ক’লে বিন্দুৰ গতিশীল পথকেই ৰেখা বোলা হয়। এই গতিশীল পথটি যেতিয়া পোণ বা সৰল হয় তেতিয়া তাকে সৰলৰেখা বুলি কোৱা হয় আৰু যেতিয়া পথটো বেঁকা হয় তেতিয়া যি পথৰ সৃষ্টি হয় তাক বক্রৰেখা বুলি কোৱা হয়।
Line 6 ⟶ 8:
 
চিত্রকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ব্যৱহাৰ কৰি শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকণ কৰে।
[[File:FuncionLineal01.svg|290px|thumb|Three lines — the red and blue lines have the same slope, while the red and green ones have same y-intercept.]]
 
 
"https://as.wikipedia.org/wiki/ৰেখা"ৰ পৰা অনা হৈছে