লাচিত বৰফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ 3 sons from 2 wives টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
অNo edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
75 নং শাৰী:
| box_width =
}}
'''লাচিত বৰফুকন''' বা ''' চাও লাচিত ফুকনলুং''' ({{lang-en|Lachit Borphukan}}) আছিল [[অসম]]
==পৰিয়াল==
লাচিত বৰফুকনৰ বংশ সম্পৰ্কে লাইলিত বুৰঞ্জী আৰু চকৰী ফেঁটী বুৰঞ্জীত কিছু তথ্য পোৱা যায়। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে [[চৰাইদেউ|চে-ৰাই-ডয়]] চহৰৰ ছেং-লুঙ-মুঙত হয়। তেওঁৰ পিতৃৰ নাম আছিল ম'ছাই ছেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল তেওঁৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> তেখেতৰ ভাতৃ সমুহৰ নাম চাও মাই-চেও ,চাও ত্যাও ম্যুং ছেঙ,চাও ম'বাও-লাও আৰু চাও লাপেট-লাও, তেখেতৰ ভগ্নীৰ নাম নাং লাইছেং , তেঁওৰ নামৰে [[চৰাইদেউ জিলা|চেৰাইডয়ৰ]]ত লাইছেং গাওঁ নামাকৰণ কৰা হৈছিল আৰু লাচিতৰ বংশধৰ সকল এতিয়া লাইছেং গাওঁ,দক্ষিণ মৰাণজান,জজলী লেচাই হাবি গাঁওত বাস কৰে।<ref>{{cite web |title=Vikaspedia |url=http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae |website=as.vikaspedia.in |publisher=India Development Gateway (InDG)}}</ref> জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷ তেখেতৰ পত্নী সকলৰ নাম আছিল নাঙ ছেংধৰা আইদেউ আৰু আতন বুঢ়াগোহাঁইৰ জীয়েক নাং গোঁহাই আইদেউ। তেখেতৰ বৰ পুত্ৰ চ্যাও চেঙ-ডাম আছিল নাং গোঁহাই আইদেউৰ ফালৰ সন্তান। নাঙ ছেংধৰা আইদেউৰ ফালৰ পৰা তেঁওৰ দুজন পুত্ৰ সন্তান চাও আই-ধাঙ আৰু চাও ইঃ-ধাঙ আছিল।
|