অষ্ট্ৰেলিয়া (মহাদেশ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
'''অষ্ট্ৰেলিয়া''' [[পৃথিৱী]]ৰ সাত [[মহাদেশ]]ৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। [[অষ্ট্ৰেলিয়া]], [[পাপুৱা নিউগিনি]] আৰু [[ইণ্ডোনেছিয়া]]ৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি 8,468,300 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31,260,000।
 
[[নিউজিলেণ্ড]] অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্ভূক্ত নহয়, কিয়নো ই অষ্ট্ৰেলিয়া মহাদেশ থকা কন্টিনেণ্টেল চেল্ফ ({{Lang-en|[[:en:Continental shelf|Continental shelf]]}}) খনত অৱস্থান কৰা নাই। নিউজিলেণ্ড সাগৰৰ তলত ডুবি থকা মহাদেশ ({{Lang-en|[[:en:Submerged continent|Submerged continent]]}}) "জিলেণ্ডিয়া"-ৰ অন্তৰ্গত।<ref name="Te Ara">{{cite web|author=Keith Lewis|coauthors= Scott D. Nodder and Lionel Carter|url= http://www.teara.govt.nz/EarthSeaAndSky/OceanStudyAndConservation/SeaFloorGeology/1/en |title=Zealandia: the New Zealand continent|work=Te Ara – the Encyclopedia of New Zealand|date=2007-01-11|accessdate=2007-02-22}}</ref>
 
==ৰাষ্ট্ৰসমূহ==
* [[চিত্ৰ:Flag of Australia.svg|22x20px|অষ্ট্ৰেলিয়াৰ পতাকা]] [[অষ্ট্ৰেলিয়া]]
* [[চিত্ৰ:Flag of Papua New Guinea.svg|22x20px|পাপুৱা নিউগিনিৰ পতাকা]] [[পাপুৱা নিউগিনি]]
* [[চিত্ৰ:Flag of Indonesia.svg|22x20px|ইণ্ডোনেছিয়াৰ পতাকা]] [[ইণ্ডোনেছিয়া]]ৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশ
 
==চহৰসমূহ==
জনসংখ্যা অনুসৰি অষ্ট্ৰেলিয়া মহাদেশৰ বৃহত্তম নগৰসমূহ:
#চিডনী <small>([[অষ্ট্ৰেলিয়া]])</small>
#মেলবৰ্ণ <small>(অষ্ট্ৰেলিয়া)</small>
#ব্ৰিচবেন <small>(অষ্ট্ৰেলিয়া)</small>
#পাৰ্থ <small>(অষ্ট্ৰেলিয়া)</small>
#এডিলেইড <small>(অষ্ট্ৰেলিয়া)</small>
 
<gallery widths="100" heights="80px" perrow="5">
File:Sydney(from air).jpg|[[চিত্ৰ:Flag of Australia.svg|22x20px|অষ্ট্ৰেলিয়াৰ পতাকা]] চিডনী
File:Melbourne2.jpg|[[চিত্ৰ:Flag of Australia.svg|22x20px|অষ্ট্ৰেলিয়াৰ পতাকা]] মেলবৰ্ণ
File:Brisbane aerial view 06.jpg|[[চিত্ৰ:Flag of Australia.svg|22x20px|অষ্ট্ৰেলিয়াৰ পতাকা]] ব্ৰিচবেন
File:Perth CBD from air.jpg|[[চিত্ৰ:Flag of Australia.svg|22x20px|অষ্ট্ৰেলিয়াৰ পতাকা]] পাৰ্থ
File:Adelaide DougBarber.jpg|[[চিত্ৰ:Flag of Australia.svg|22x20px|অষ্ট্ৰেলিয়াৰ পতাকা]] এডিলেইড
</gallery>
 
==তথ্যসূত্ৰ==
{{reflist}}
 
{{Continents of the world}}
 
[[শ্ৰেণী:ভূগোল]]
[[শ্ৰেণী:মহাদেশ]]
 
[[en:Australia (continent)]]