বাঘ হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
10 নং শাৰী:
|death_date=
}}
[[Image:sword_pic.jpg|thumb|right|200px|[[শৰাইঘাটৰ ৰণ]]ত বাঘ হাজৰিকাই ব্যৱহাৰ কৰা অস্ত্ৰ।<ref>http://motijan-hazarika-rahman.com/Battle-of-Saraighat.html</ref>]]
'''বাঘ হাজৰিকা''' বা '''ইছমাইল ছিদ্দিক''' ({{lang-en|Bagh Hazarika}}) [[মফিজুদ্দিন আহমেদ হাজৰিকা]]ৰ পূৰ্বপুৰুষ আছিল। তেখেতে শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে যুঁজিছিল বুলি [[মফিজুদ্দিন আহমেদ হাজৰিকা]]ই দাবী কৰিছিল যদিও [[টাই-আহোম]] ভাষাত লিখা [[বুৰঞ্জী]]ত ২০ জন হাজৰিকাৰ তালিকাত তেওঁৰ নাম উল্লেখ নাই।<ref>{{cite book |last=বৰুৱা |first= মাধুৰ্যমণ্ডিত|date=ডিচেম্বৰ, ২০২২|title= অসম বুৰঞ্জী – প্ৰথম খণ্ড, ছহেজাৰ বছৰৰ সম্পূৰ্ণ ইতিহাস |publisher=ৰেখা প্ৰকাশন|isbn=978-93-92029-05-9 |chapter= |page=৩০ |url= |language=[[অসমীয়া]]}}</ref> [[মফিজুদ্দিন আহমেদ হাজৰিকা]]ৰ দাবী অনুসৰি তেওঁৰ বিষয়ে প্ৰথম ড° [[সূৰ্যকুমাৰ ভূঞা]]ই তেওঁৰ গ্ৰন্থ ''স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ''ত ঊল্লেখ কৰিছিল যদিও আহোম [[বুৰঞ্জী]]ত এনে কোনো ব্যক্তিৰ কথা উল্লেখ নাই।<ref>{{cite book |last=বৰুৱা |first= মাধুৰ্যমণ্ডিত|date=ডিচেম্বৰ, ২০২২|title= অসম বুৰঞ্জী – প্ৰথম খণ্ড, ছহেজাৰ বছৰৰ সম্পূৰ্ণ ইতিহাস |publisher=ৰেখা প্ৰকাশন|isbn=978-93-92029-05-9 |chapter= |page=৩০ |url= |language=[[অসমীয়া]]}}</ref> তেওঁৰ জন্ম [[অসম]]ৰ [[গড়গাঁও|গড়গাঁৱ]]ৰ ওচৰৰ [[ঢেকেৰীগাঁও]]ত বুলি দাবী কৰা হয়।<ref>[http://books.google.co.in/books?id=oo10MkzU5DQC&pg=PA2&dq=Bagh+Hazarika+Assam&hl=en&ei=8vD_TMnQMcH68Aa25dyWBw&sa=X&oi=book_result&ct=result&redir_esc=y#v=onepage&q=Bagh%20Hazarika%20Assam&f=false]Bimal J. Dev, Dilip Kumar Lahiri. Assam Muslims: politics & cohesion. Mittal Publications, 1985.</ref>
'''বাঘ হাজৰিকা'''ৰ ({{lang-en|Bagh Hazarika}}) জন্ম হৈছিল [[অসম]]ৰ [[গড়গাঁও|গড়গাঁৱ]]ৰ ওচৰৰ [[ঢেকেৰীগাঁও]]ত। আচল নাম আছিল ইছমাইল ছিদ্দিক। এদিন এটা বাঘ তেওঁ গাঁৱলৈ সোমাই অহাত তেওঁ উকা হাতেৰেই বাঘটো হত্যা কৰে। এই বাতৰি [[আহোম]] ৰজা [[চক্ৰধ্বজ সিংহ]]ৰ কাণত পৰে আৰু ৰজাই তেওঁক প্ৰতিভা দেখুৱাবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে। ৰজাই তেওঁৰ বীৰত্ব দেখি প্ৰশংসা কৰে আৰু তেওঁক এহেজাৰজন পাইকৰ তলত হাজৰিকা পদবী দিয়ে। তেতিয়াৰ পৰাই '''ইছমাইল ছিদ্দিক'''ৰ নাম '''বাঘ হাজৰিকা''' হয়।<ref>[http://books.google.co.in/books?id=oo10MkzU5DQC&pg=PA2&dq=Bagh+Hazarika+Assam&hl=en&ei=8vD_TMnQMcH68Aa25dyWBw&sa=X&oi=book_result&ct=result&redir_esc=y#v=onepage&q=Bagh%20Hazarika%20Assam&f=false]Bimal J. Dev, Dilip Kumar Lahiri. Assam Muslims: politics & cohesion. Mittal Publications, 1985.</ref>
 
[[শৰাইঘাটৰ যুদ্ধ]]ত নৌকা-চালনাত পাৰ্গত বাঘ হাজৰিকা [[লাচিত বৰফুকন]]ৰ সহচৰ আছিল। তেওঁ সাহসীকতাৰে শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।<ref>[http://motijan-hazarika-rahman.com/Battle-of-Saraighat.html] The Battle of Saraighat.</ref>
 
==কিংবদন্তি==
[[শৰাইঘাটৰ ৰণ]]ৰ সময়ত [[লাচিত বৰফুকন]]ৰ [[কোঁঠ]] আছিল [[ব্ৰহ্মপুত্ৰ]]ৰ দক্ষিণত, আৰু [[ৰামসিংহ]]ৰ উত্তৰত, কামান দক্ষিণলৈ তাক কৰি, যুদ্ধ পাচদিনা পুৱা। লাচিত বিষাদত, কাৰণ, মোগলৰ কামানে বহুত অসমীয়া সৈন্যৰ জীৱন ল'ব। বাঘে ক'লে, ইয়াক সমাধান কৰাৰ দায়িত্ব মোৰ। ৰাতিয়েই বাঘে, নিজৰ সহযোদ্ধাসকলৰ লগত লুইত সাঁতুৰি মোগলৰ খাৰ বাৰুদত পানি ঢালি আহিল। পাচদিনা কামান নুফুটিল।
 
==তথ্য সংগ্ৰহ==
Line 17 ⟶ 23:
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:আহোম ৰাজ্য]]