তেত্ৰিশ কৌটি দেৱ মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox Mandir
|name = তেত্ৰিশ কৌটি দেৱ মন্দিৰ
|image =
|image_size =
|image_alt =
|caption =
|pushpin_map =
| latd =
| longd =
|map_caption =
|map_size =
|other_names =
|assamese =
|sanskrit_translit =
|country = ভাৰত
|state/province = [[অসম]]
|district = [[কামৰূপ মহানগৰ জিলা|কামৰূপ মহানগৰ]]
|locale = ওদালবাক্ৰা, [[গুৱাহাটী]]
|primary_deity = [[তেত্ৰিশ কৌটি দেৱতা]]
|important_festivals =
|architecture =
|number_of_temples =
|number_of_monuments =
|inscriptions =
|date_built = ১৯৭৩ চন
|creator =
}}
 
''শ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ'' [[অসম|অসমৰ]] [[কামৰূপ জিলা]]ৰ [[গুৱাহাটী]] মহানগৰীত অৱস্থিত | ১৯৭৩ চনত এই মন্দিৰ স্থাপিত হয়| বহুবছৰ ধৰি এই মন্দিৰটোৱে [[হিন্দু ধৰ্ম]]ৰ ভক্তসমাজৰ মাজত বিশেষ গুৰুত্ব বহন কৰি আহিছে|
Line 9 ⟶ 36:
 
==দৈনিক পূজা-অৰ্চনা==
প্ৰথম অৱস্থাত মন্দিৰৰ পূজাৰী আছিল কমল তাঁতী| ইয়াৰ পিছত বহুতো পূজাৰী সলনি হ’ল| মন্দিৰৰ বৰ্তমানৰ পূজাৰী হ’ল ত্ৰিভূৱন পোদ্দৰ | পূজাৰীয়ে মন্দিৰত থকা দেৱ-দেৱীৰ মূৰ্তিবোৰ নিতৌ গাখীৰেৰে ধোঁৱে| পুৱাৰ ভাগত হিন্দুৰ ২৩ কোটি মূৰ্তিক ২৩ খন কাঁহীত আৰু সন্ধিয়া ১০ কোটি মূৰ্তিক ১০ খন কাঁহীত প্ৰসাদ আগবঢ়োৱা হয়| কিন্তু সোমবাৰ আৰু বৃহস্পতিবাৰেহে বিশেষকৈ পূজাৰ দিন| সেয়েহে সেই দুটা দিনত অসমৰ চাৰিওফালৰ পৰা অহা ভক্তসকলে ধূপ, চাকি, নৈবেদ্য আদি লৈ পূজা কৰিব আহি ভিৰ কৰা দেখা যায়| তথাপিও দৈনিকেই ভক্তৰ সমাগম পৰিলক্ষিত হয়| তাৰোপৰি বিভিন্ন উত্‍সৱ, পূৰ্ণিমা, অমাৱস্যা আদিত ওদালবাক্ৰা গাওঁখনৰে বাসিন্দাসকলে কাম-কাজ চলাই নিয়াত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰে আৰু আইটিসকলেআইসকলে নাম-কীৰ্তন ধৰে|
 
==মন্দিৰৰ পৰিচালনা আৰু বৰ্তমান পৰিস্থিতি==