তাজমহল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

| -> ।
30 নং শাৰী:
 
 
'''তাজমহল''' ([[হিন্দী ভাষা|হিন্দীত]]: ताज महल, [[উৰ্দু ভাষা|উৰ্দুত]]: تاج محل) [[ভাৰত|ভাৰতৰ]] আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ|সমাধিক্ষেত্ৰ। [[মোগল]] সম্ৰাট [[ছাহজাহান|ছাহজাহানে]] তেওঁৰ পত্নী [[আৰজুমান্দ বানু বেগম]], যিগৰাকী [[মুমতাজ মহল]] নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূ্ৰ্বঅপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল|কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮খৃষ্টাব্দত|১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰেছিলেকৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকল [[ওস্তাদ আহমেদ লাহৌৰি|ওস্তাদ আহমেদ লাহৌৰিৰ]] লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ|দাবীদাৰ।<ref name="unesco">[http://whc.unesco.org/archive/advisory_body_evaluation/252.pdf UNESCO advisory body evaluation]</ref>
 
তাজমহলক (''তাজ'' নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে|হৈছে। ইয়াৰ নিৰ্মাণশৈলীত [[পাৰস্য]], [[তুৰস্ক]], ভাৰতীয় আৰু ইছলামী স্থাপত্যশিল্পেৰ সংমিশ্ৰণ ঘটাই নিৰ্মান কৰা হৈছে|হৈছে। যদিও কেৱল মাৰ্বলৰে গম্বুজাকৃতি ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য|স্থাপত্য। এইটো ১৯৮৩ চনত [[ইউনেস্কো]] [[বিশ্ব ঐতিহ্যবাহী স্থান]] হিচাপে তালিকাভুক্ত কৰা হৈছিল|হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage|heritage।"<ref name="unesco"/>
 
== তাজমহল নিৰ্মানৰ ইতিহাস==
"https://as.wikipedia.org/wiki/তাজমহল"ৰ পৰা অনা হৈছে