ৱিকিচ'ৰ্ছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
 
== ৱিকি উৎসৰ সমল ==
ৱিকি উৎস [[ৱেবছাইট|ৱেবছাইটতত]] পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। সকলো ভাষাৰ অনুবাদ লিখনিকলিখনি ইয়াত থাকিব পাৰে।
 
ৱিকি উৎস অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়।
 
==অসমীয়া ভাষাত ৱিকি উৎস ==
[[অসমীয়া ভাষা|অসমীয়া ভাষাত]] ৱিকি উৎস বৰ্তমানলৈকে (৩১-ডিচেম্বৰ-২০১১) সক্ৰিয় হোৱা নাই|
 
==তথ্যসূত্ৰ==
Line 34 ⟶ 37:
* [http://en.wikisource.org ইংৰাজী ভাষাৰ ৱিকিচৰ্ছ]
* [http://bn.wikisource.org বাংলা ভাষাৰ উইকিসংকলন]
* [http://wikisource.org/wiki/मुखपृष्ठ:मराठी মাৰাঠি ভাষাৰ ৱিকিস্ৰোত]
 
{{commons|Wikisource|ৱিকি উৎস}}
 
"https://as.wikipedia.org/wiki/ৱিকিচ%27ৰ্ছ"ৰ পৰা অনা হৈছে