পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
15 নং শাৰী:
[[File:EM spectrum.svg|thumb|380px|right|[[বিদ্যুত-চুম্বকীয় বৰ্ণালী]] পোহৰক চিনাক্ত কৰি দেখুওৱা হৈছে]]
সাধাৰণতে, বিদ্যুত-চুম্বকীয় বিকিৰণক (ইয়াত 'বিকিৰণ' অভিধাত স্থানু বিদ্যুত আৰু চুম্বকীয় ক্ষেত্ৰ আৰু
বিদ্যুত-চুম্বকীয় বিকিৰণৰ আচৰণ ইয়াৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। উচ্চ কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্য কম, আৰু নিম্ন কম্পনাংকৰ তৰংগৰ তৰংগদৈৰ্ঘ্যৰ বেছি। যেতিয়া বিদ্যুত-চুম্বকীয় বিকিৰণে এটীয়া পৰমাণু আৰু অণুৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ আচৰণ প্ৰতিটো [[কোৱান্টা]]ত নিহিত শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
|