চেনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :et:Suhkrud
No edit summary
1 নং শাৰী:
চেনী হ’ল স্ফটিকাকাৰ প্ৰধানতঃ চুক্ৰ’জ (sucrose), লেক্ট’জ (lactose) আৰু ফ্ৰৃক্ট’জফ্ৰুক্ট’জ (fructose)ৰ দ্বাৰা গঠিত এবিধ খাব পৰা পদাৰৃথ ।পদাৰ্থ। মানুহৰ জীভাইজীভাত ইয়াক মিঠা সোৱাঢদেৰসোৱাদৰ অনুভূতি কৰেলাভ কৰে। চেনী মূলতঃ হ’ল খাদ্য বস্তুত থকা কাৰ্ব’হাইড্ৰেট (carbohydrate) যি কুঁহিয়াৰত প্ৰচুৰ পৰিমাণে পোৱা যায় ।যায়। অৱশ্যে ফলমূল, মৌ-জোল আদিতো এই উপাদান যথেষ্ট পিৰমাণেপৰিমাণে পোৱা যায় ।যায়। মৰটনমৰ্টন জাতীয় খাদ্যত চেনী টহেছ মূল উপাদানউপাদান। । যেথষ্টযথেষ্ট ঢবিছবেছি পৰিমাণে চেনী গ্ৰহণ কিৰেলকৰিলে মানুহৰ উচ্চ মধুমেহ, দৃষ্টি শক্তি কমা, দাঁত ক্ষয় আদিৰ দেৰবহুতো ধৰণৰ ৰোগ হ’ব পাৰে ।
 
বৈজ্ঞানৰ ভাষাত চেনী টহেছ যিকোনো মন’চেকাৰাইড বা ডিচেকাৰাইড (monosaccharide or disaccharide) । মন’চেকাৰাইড ঢযেন গ্লুক’জ (glucose) যাৰ সঞ্চিত ৰাসায়িনক শক্তি জীৱৰ কোষে আন শক্তিলৈলশক্তিলৈ ৰূপান্তৰিত কেৰ ।কৰে।
গ্লুক’জৰ ৰাসায়িনক সূত্ৰ হ’ল C<sub>6</sub>H<sub>12</sub>O<sub>6</sub> ।
 
"https://as.wikipedia.org/wiki/চেনি"ৰ পৰা অনা হৈছে