বৰদিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :pfl:Woihnachde
No edit summary
5 নং শাৰী:
|caption=বৰদিনৰ সজ্জা
|nickname= খ্ৰীষ্টমাছ
[[নোয়েল]]
[[ইয়ুল]]
ফিষ্ট অফ নেটিভিটি
|observedby=[[খ্ৰীষ্টান ধৰ্ম্মধৰ্ম|খ্ৰীষ্টান]]
একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়<ref name="nonXians">[http://downloads.bbc.co.uk/worldservice/learningenglish/entertainment/scripts/multifaith_christmas.pdf Christmas as a Multi-faith Festival]—BBC News. Retrieved 2008-09-30.</ref>
|date=২৫ ডিচেম্বৰ
|observances=উপহাৰ প্ৰদান, গিৰ্জাত উপাসনা, পাৰিবাৰিক সন্মিলন, গৃহসজ্জা
|type=[[খ্ৰীষ্টান ধৰ্ম্মধৰ্ম|খ্ৰীষ্টীয়]], সাংস্কৃতিক
|significance=প্ৰথানুসাৰে যীশুখ্ৰীষ্টৰ জন্ম-তিথি
|relatedto=

'''বৰদিন''' বা '''খ্ৰীষ্টমাছ''' ({{Lang-en|'''Christmas'''}}<ref>[http://www.pch.gc.ca/pgm/ceem-cced/jfa-ha/index-eng.cfm Canadian Heritage – Public holidays] — ''Government of Canada''. Retrieved November 27, 2009.</ref> বা '''Christmas Day'''<ref>[http://www.opm.gov/Operating_Status_Schedules/fedhol/2009.asp 2009 Federal Holidays] — ''U.S. Office of Personnel Management''. Retrieved November 27, 2009.</ref><ref>[http://www.direct.gov.uk/en/Governmentcitizensandrights/LivingintheUK/DG_073741 Bank holidays and British Summer time] — ''HM Government''. Retrieved November 27, 2009.</ref>) হৈছে [[খ্ৰীষ্টান ধৰ্ম্মধৰ্ম]]ৰ লোকসকলে পালন কৰা এক ধৰ্মীয় [[উৎসৱ]]। [[২৫ ডিচেম্বৰ]] তাৰিখে [[যীশু|যীশুখ্ৰীষ্টৰ]] জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়।<ref>[http://www.merriam-webster.com/dictionary/christmas Christmas], ''Merriam-Webster''. Retrieved October 6, 2008.
"[http://encarta.msn.com/encnet/refpages/RefArticle.aspx?refid=761556859 Christmas]," ''MSN Encarta''. Retrieved October 6, 2008. [http://www.webcitation.org/query?id=1257008234358079 Archived] 2009-10-31.</ref><ref name="CathChrit">[http://www.newadvent.org/cathen/03724b.htm "Christmas"], ''The Catholic Encyclopedia'', 1913.</ref> এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন [[মাহ]] পূৰ্বে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে যীশু। সম্ভবতঃ, এই হিচাপ অনুসাৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্মতাৰিখ ধৰা হয়।<ref>[http://www.bib-arch.org/e-features/christmas.asp How December 25 Became Christmas, Biblical Archaeology Review, Retrieved 2009-12-13]</ref> অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ<ref name="SolInvictus">"[http://encarta.msn.com/encyclopedia_761556859_1____4/christmas.html#s4 Christmas]", ''Encarta''
Roll, Susan K., ''Toward the Origins of Christmas'', (Peeters Publishers, 1995), p.130.
Tighe, William J., "[http://touchstonemag.com/archives/article.php?id=16-10-012-v Calculating Christmas]". [http://www.webcitation.org/5kwR1OTxS Archived] 2009-10-31.</ref> অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়।<ref name="Newton">Newton, Isaac, ''[http://www.gutenberg.org/files/16878/16878-h/16878-h.htm Observations on the Prophecies of Daniel, and the Apocalypse of St. John]'' (1733). Ch. XI.
A sun connection is possible because Christians consider Jesus to be the "sun of righteousness" prophesied in Malachi 4:2.</ref> বৰদিন [[বৰদিনৰ ছুটি]]ৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী [[খ্ৰীষ্টমাছটাইড]] অনুষ্ঠানৰ সূচনাদিবস।<ref name="CRI-Christmastide">{{cite web|url = http://www.cresourcei.org/cyxmas.html| title = The Christmas Season|publisher = CRI / Voice, Institute|accessdate = 2008-12-25}}</ref>

প্ৰকৃতিগতভাবে এটি [[খ্ৰীষ্টান ধৰ্ম্মধৰ্ম|খ্ৰীষ্টীয়]] ধৰ্মানুষ্ঠান হোৱা সত্ত্বেও, একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়ও মহাসমাৰোহে বৰদিন উৎসৱ পালন কৰে।<ref name="nonXians" /><ref>[http://www.siouxcityjournal.com/lifestyles/leisure/article_9914761e-ce50-11de-98cf-001cc4c03286.html Non-Christians focus on secular side of Christmas] — ''Sioux City Journal''. Retrieved November 18, 2009.</ref> আনকি কোনো কোনো ঠাইত উৎসৱৰ আয়োজনত [[প্ৰাক-খ্ৰীষ্টীয়]] আৰু [[ধৰ্মনিৰপেক্ষতা|ধৰ্মনিৰপেক্ষ]] বিষয়ভাবনাৰ সমাবেশও দেখা যায়। উপহাৰ প্ৰদান, [[খ্ৰীষ্টীয় সংগীত|সংগীত]], [[খ্ৰীষ্টমাছ কাৰ্ড]]ৰ বিনিময়, [[গিৰ্জা]]ত ধৰ্মোপাসনা, ভোজ, আৰু [[খ্ৰীষ্টমাছ বৃক্ষ]], [[খ্ৰীষ্টমাছ আলোকসজ্জা|আলোকসজ্জা]], মালা, [[মিছলটো]], [[যীশুৰ জন্মদৃশ্য]] আদিৰ সমন্বিত এক বিশেষ ধৰণৰ সাজসজ্জাৰ প্ৰদৰ্শনী আধুনিক কালৰ বৰদিন উৎসৱ উদযাপনত অঙ্গ। কোনো কোনো দেশে [[ফাদাৰ খ্ৰীষ্টমাছ]] ([[উত্তৰ আমেৰিকা]], [[অষ্ট্ৰেলিয়া]] আৰু [[আয়াৰলেণ্ড]]ত [[ছান্টাক্লজ]])-এ শিশুসকলৰ বাবে উপহাৰ অনাৰ উপকথাটো বেছ জনপ্ৰিয়।<ref>[http://www.msnbc.msn.com/id/16329025 "Poll: In a changing nation, Santa endures"], Associated Press, December 22, 2006. Retrieved November 18, 2009.</ref>

উপহাৰ প্ৰদানৰ ৰীতি সহ বৰদিন উৎসৱৰ নানা অনুষঙ্গ খ্ৰীষ্টানৰ লগতে অ-খ্ৰীষ্টানসকলৰ অৰ্থনীতিত বিশেষ গুৰুত্বপূৰ্ণ। এই উৎসৱ উপলক্ষ্যে ব্যৱসায়-বাণিজ্য আৰু কিনা-বেছাৰ এক বিশেষ বতৰ চলে। বিগত কেইবাটাও শতাব্দীধৰি বিশ্বৰ বিভিন্ন অঞ্চলত বৰদিনৰ অৰ্থনৈতিক প্ৰভাবটি লাহে লাহে প্ৰসাৰিত হোৱা দেখা গৈছে। [[ভাৰত|ভাৰততো]] বৰদিন এটি ৰাষ্ট্ৰীয় ছুটিৰ দিন হিচাবে পালিত হয়।
25 নং শাৰী:

[[শ্ৰেণী:উৎসৱ]]
[[শ্ৰেণী:খ্ৰীষ্টান ধৰ্ম]]

[[af:Kersfees]]
"https://as.wikipedia.org/wiki/বৰদিন"ৰ পৰা অনা হৈছে