ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

42 নং শাৰী:
 
== ৱিকিপিডিয়াৰ বুৰঞ্জী ==
সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্রথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে নিউপিডিয়া।ন্যুপিডিয়া। [[জিমী ৱেল্‌চ]] আৰু [[লেৰী ছেংগাৰ]]-এ ইয়াক আৰম্ভ কৰিছিল। প্রবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে-লাহেহে আগবাঢ়ি্ছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্রকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্রহ আৰু জনপ্ৰিয়তাত নিউপিডিয়াকন্যুপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ ইচাবেহিছাপে ব্যৱহাৰ কৰা হয়।
 
বৰ্তমান '''ৱিকিমিডিয়া ফাইণ্ডেশ্যন''' সংস্থানে ৱিকিপিডিয়া পৰিচালনা কৰে। (http://wikimediafoundation.com)
52 নং শাৰী:
Wikipedia is governed by a non-profit organization called '''Wikimedia foundation''' (http://wikimediafoundation.com)
-->
 
 
== ভাৰত চৰকাৰ বা অসম চৰকাৰে এই প্রকল্পক মান্যতা দিছে নেকি? ==