অপাৰেটিং চিষ্টেম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{OS}} '''অপাৰেটিং চিষ্টেম''' হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱে...
(কোনো পাৰ্থক্য নাই)

15:31, 26 January 2012ৰ সংস্কৰণ

অপাৰেটিং চিষ্টেম হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচোৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্রোগ্রামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ ও ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমুহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্রোগ্রামক সেয়া প্রদান কৰে।

অপাৰেটিং চিষ্টেমৰ উদাহৰণ