পোহৰৰ বেগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অNo edit summary |
অNo edit summary |
||
48 নং শাৰী:
}}
[[ভেকুৱাম]]ত পোহৰৰ বেগ, যি সাধাৰণতে '''''c''''' ৰে বুজোৱা হয়, ই [[পদাৰ্থ বিজ্ঞান]]ত বহুল ভাবে ব্যৱহৃত এক [[ভৌতিক ধ্ৰুৱক]]। ইয়াৰ মান প্ৰায় ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক বৰ্ণনা কৰা হয় ।<ref name="penrose">{{Cite book| last=পেনৰ’জ |first=আৰ. | year=2004 | title=The Road to Reality: A Complete Guide to the Laws of the Universe | pages=৪১০-১ | publisher=ভিণ্টেজ বুকচ | isbn=৯৭৮০৬৭৯৭৭৬৩ | quote=... the most accurate standard for the metre is conveniently ''defined'' so that there are exactly 299,792,458 of them to the distance travelled by light in a standard second, giving a value for the metre that very accurately matches the now inadequately precise standard metre rule in Paris. }}</ref> মাইল এককত ইয়াৰ নিকটতম মান হ’ব ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড।
[[বিশেষ আপেক্ষিকতাবাদ]]ৰ মতে ''''c'''' হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো শক্তি, পদাৰ্থ আৰু তথ্যই পাব পৰা সৰ্বোচ্চ বেগ। ই হৈছে সকলোবোৰ [[ভৰহীন কণা]] আৰু [[বিদ্যুতচুম্বকীয় বিকিৰণ]] যেনে ভেকুৱামত [[পোহৰ]]ৰ দৰে ভৰহীন
কাঁচ, বায়ু, পানী আদিৰ দৰে [[স্বচ্ছ পদাৰ্থৰ]] মাজেৰে যাওঁতে পোহৰৰ বেগ(''''v'''') ধ্ৰুৱক ''''c'''' তকৈ কিছু কম, ''''c'''' আৰু কোনো এক পদাৰ্থৰ বাবে ''''v'''' ৰ মানৰ অনুপাতক সেই পদাৰ্থটোৰ [[প্ৰতিসৰণাংক]] ''n'' বোলা হয়, অৰ্থাত্
|