কম্পিউটাৰ প্ৰ’গ্ৰাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} '''কম্পিউটাৰ প্ৰ’গ্ৰাম''' ( বা কেবল '''প্ৰ’গ্ৰাম...
 
No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
'''কম্পিউটাৰ প্ৰ’গ্ৰাম''' ( বা কেবল '''প্ৰ’গ্ৰাম''' বা '''[[কম্পিউটাৰ চফ্টৱেৰ|চফ্টৱেৰ]]''') হৈছে [[কম্পিউটাৰ]]ৰ দ্বাৰা কোনো এক কাৰ্য সমাধান কৰিবৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ সমষ্টি।<ref name="pis-ch4-p132">{{cite book
| last = Stair
| first = Ralph M., et al.
| title = Principles of Information Systems, Sixth Edition
| publisher = Thomson Learning, Inc.
| year = 2003
| pages = 132
| isbn = 0-619-06489-7
}}</ref> কম্পিউটাৰে এই নিৰ্দেশাৱলী অনুসৰি উল্লেখিত কাৰ্যটো সমাধা কৰে। এক কম্পিউটাৰে প্ৰ’গ্ৰাম অবিহনে কোনো কাৰ্য সমাধা কৰিব নোৱাৰে। প্ৰ’গ্ৰামৰ নিৰ্দেশাৱলীসমূহ ক্ৰমাগত ভাবে [[কেন্দ্ৰীয় প্ৰচেচৰপ্ৰচেচিং ইউনিট|কেন্দ্ৰীয় প্ৰচেচৰত]] নিৰ্বাহ (execute) কৰি কাৰ্যটো সমাধা কৰে।<ref name="osc-ch3-p58">{{cite book
| last = Silberschatz
| first = Abraham
| title = Operating System Concepts, Fourth Edition
| publisher = Addison-Wesley
| year = 1994
| pages = 58
| isbn = 0-201-50480-4
}}</ref> প্ৰ’গ্ৰামবোৰৰ এক পোনপতিয়াকৈ নিৰ্বাহ কৰিব পৰা ৰূপ থাকে, যাক এক্সিকিউটেবল ফৰ্ম (executable form) বোলা হয়। এটা প্ৰ’গ্ৰাম মানুহে পঢ়িব পৰা ৰূপ (যাক কোৱা হয় চৰ্চ কোড, source code)-ৰ পৰা কম্পাইলাৰ, এচেম্বলাৰ আদিৰ সহায়ত নিৰ্বাহ কৰিব পৰা ৰূপলৈ পৰিবৰ্তন কৰিব পৰা যায়।
 
চৰ্চ কোড সমূহ [[প্ৰ’গ্ৰামিং ভাষা]]ত লিখা হয় আৰু কম্পাইলাৰ সহায়ৰ এক্সিকিউটেবল ফৰ্মলৈ পৰিবৰ্তন কৰা হয়, যাক কেন্দ্ৰীয় প্ৰচেচিং ইউনিটৰ দ্বাৰা পাছলৈ নিৰ্বাহ কৰিব পাৰি।
 
==তথ্যসূত্ৰ==
{{reflist}}
 
[[en:Computer program]]