কাটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
100 নং শাৰী:
== ইতিহাস ==
==ভূগোল==
কাটাৰৰ ভৌগলিক অবস্থান
 
চৌডি আৰবৰ উত্তৰ-পূৱ দিশত সংলগ্নহৈ আছে কাটাৰ দেশ৷ চৌডি আৰব আৰু কাটাৰৰ সেই সীমাৰ দৈৰ্ঘ হ'ল ৬০কিলোমিটাৰ৷ ইয়াৰ বাহিৰে কাটাৰক তিনিও ফালৰ পৰা সাগৰে আৱৰি ৰাখিছে৷ উত্তৰ আৰু পূবে পাৰস্য সাগৰ, পশ্চিমে বাহৰাইনৰ সমুদ্ৰ অঞ্চল৷সাগৰৰ ভিতৰলৈ এনেদৰে সোমাই থকা ভূমিখণ্ডক 'পেনিনচুলা' বুলি কয়৷কাটাৰী পেনিনচুলাৰ আকাৰ হ'ল উত্তৰৰ পৰা দক্ষিণলৈ ১৬০ কিলোমিটাৰ৷ পূবৰ পৰা পশ্চিমলৈ অঞ্চল ভেদে দূৰত্ব ৫৫ৰ পৰা ৯০ কিলোমিটাৰ৷
কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত৷কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল - মডিনাত অল শ্বামাল৷ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ৷ কাটাৰৰ একমাত্ৰ এয়াৰপৰ্টটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ৷কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী৷ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ৷ অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত টুৰিষ্টে মনোৰঞ্জনৰ বাবে যায়৷
 
== অৰ্থতন্ত্ৰ ==
==ধৰ্ম==
"https://as.wikipedia.org/wiki/কাটাৰ"ৰ পৰা অনা হৈছে