জৈন ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট পৰিবৰ্তন কৰিছে: sa:जैनदर्शनम्
ভাৰতীয় দৰ্শনৰ পৰা
5 নং শাৰী:
 
জৈনসকলে প্ৰাচীন ''[[শ্ৰমণ]]'' অৰ্থাৎ, কৃচ্ছ্বসাধনাৰ ধৰ্মক আজিও বহন কৰি চলি আহিছে। [[ভাৰত|ভাৰতৰ]] ওপৰত ইয়াৰ ধৰ্মমত, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰটো বৃত্তিদানৰ এক প্ৰাচীন প্ৰথা জৈনসকলৰ মাজত আজিও বিদ্যমান; আৰু ভাৰতত এই সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ অত্যন্ত বেছি।<ref>[http://pib.nic.in/release/rel_print_page1.asp?relid=3724 Press Information Bureau, Government of India]</ref><ref>[http://www.censusindia.net Census of India 2001]</ref>
 
===জৈন দৰ্শন===
জৈন ধৰ্মৰ প্ৰৱৰ্তক [[মহাবীৰে]] প্ৰাচীন [[শ্ৰমণ দৰ্শন]]ৰ প্ৰচাৰ কৰে আৰু তাৰপৰাই জৈন দৰ্শনৰ সৃষ্টি হয়। বৰ্তমানৰ [[বিহাৰ]] ৰাজ্যত খ্ৰী.পূ. ৫৫০ চনৰ সময়চোৱাত জৈন দৰ্শনৰ বিকাশ হৈছিল। এই কালচোৱাত আদৰ্শবাদী নৱজাগৰণ হৈছিল। এই নৱজাগৰণত বেদৰ প্ৰভাৱক অস্বীকাৰ কৰা কেবাটাও মতবাদৰ সৃষ্টি হৈছিল। বৌদ্ধ ধৰ্মও এই কালচোৱাতে গঢ় লৈ উঠে।
 
[[মহাবীৰ]]ক [[তীৰ্থংকৰ]]সকলৰ ২৪-তম আৰু শেষ তীৰ্থকংৰ বুলি গণ্য কৰা হয়। ২৩-তম তীৰ্থকংৰ প্ৰভাষৰ সময় পাৰম্পৰিকভাৱে ৯০০ খ্ৰী.পূ. বুলি ধাৰণা কৰা হয়।
 
জৈন ধৰ্মক বৈদিক ধৰ্ম হিন্দুৰ ভিতৰত ধৰা নহয়,<ref>J. L. Jaini, (1916) Jaina Law, Bhadrabahu Samhita, (Text with translation ) Arrah, Central jaina publishing House) " As to Jainas being Hindu dissenters, and, therefore governable by Hindu law, we are not told this date of secession [...] Jainism certainly has a longer history than is consistent with its being a creed of dissenters from Hinduism." P.12-13</ref><ref>P.S. Jaini, (1979), The Jaina Path to Purification, Motilal Banarsidass, Delhi, p. 169 "Jainas themselves have no memory of a time when they fell within the Vedic fold. Any theory that attempts to link the two traditions, moreover fails to appreciate rather distinctive and very non-vedic character of Jaina cosmology, soul theory, karmic doctrine and atheism"</ref><ref>Y. Masih (2000) In : A Comparative Study of Religions, Motilal Banarsidass Publ : Delhi, ISBN 81-208-0815-0 “There is no evidence to show that Jainism and Buddhism ever subscribed to vedic sacrifices, vedic deities or caste. They are parallel or native religions of India and have contributed to much to the growth of even classical Hinduism of the present times.” Page 18</ref>। জৈন তীৰ্থংকৰৰ উল্লেখ বেদ আৰু হিন্দু শাস্ত্ৰসমূহত পোৱা যায়। বৈদিক যুগত ভাৰতবৰ্ষত দুটা মূল দাৰ্শনিক ভাগ আছিল, [[শ্ৰমণ]] আৰু [[ব্ৰাহ্মণ]], বা [[বৈদিক]], বা [[পৌৰাণিক]]। শ্ৰমণ মতবাদৰ আধাৰতে পাছলৈ বৌদ্ধ, জৈন আৰু বৰ্তমান লুপ্ত অজীৱিকা দৰ্শনৰ সৃষ্টি হৈছিল। দুয়োটা মূল শাখাই ইটোৱে-সিটোক প্ৰভাৱান্বিত কৰিছিল।<ref>[[Harry Oldmeadow]] (2007) Light from the East: Eastern Wisdom for the Modern West, [[World Wisdom]], Inc ISBN 1-933316-22-5 "What is historically known is that there was a tradition along with vedic Hinduism known as sramana dharma. Essentially, the sramana tradition included it its fold, the Jain and Buddhist traditions, which disagreed with the eternality of the Vedas, the needs for ritual sacrifices and the supremacy of the Brahmins". Page 141</ref>
 
[[পণ্ডিত লোকমান্য তিলক]]-এ জৈন দৰ্শনে হিন্দু ধৰ্মৰ বৈদিক বলি-বিধান আদি আঁতৰ কৰাত প্ৰভাৱ পেলাইছিল বুলি মত পোষণ কৰিছে। [[বাল গংগাধৰ তিলক]]-এ জৈন মতবাদে জৈন ধৰ্মলৈ অহিংসাৰ প্ৰচলন আনিছিল বুলি উল্লেখ কৰিছে।
 
[[স্বামী বিবেকানন্দ]]ই জৈন মতবাদে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভূত প্ৰভাৱ পেলাইছে বুলি মত পোষণ কৰিছিল।<ref>Dulichand Jain (1998) Thus Spake Lord Mahavir, Sri Ramakrishna Math Chennai, ISBN 81-7120-825-8 Page 15</ref>
 
জৈন শব্দৰ অৰ্থ হৈছে 'জিনস'ৰ (Jinas, মূলঃ সংস্কৃতঃ Jina) অনুগামী। যাৰ অৰ্থ আধ্যাত্মিক বিজেতা, অৰ্থাৎ যিজনে 'ধৰ্ম' লাভ কৰিছে, আৰু পূৰ্ণ 'মোক্ষ' লাভ কৰাৰ পাছত সকলোৰে হিতাৰ্থে আধ্যাত্মিক জীৱন জীয়াবলৈ শিক্ষা প্ৰদান কৰে। জৈনসকলে ২৪ জন এনে 'জিনস'ৰ শিক্ষা আনুসৰণ কৰে। এওঁলোকক তীৰ্থকংৰ বুলিও জনা যায়।<ref name=SinghR>Singh, Ramjee Dr. Jaina Perspective in Philosophy and Religion, Faridabad, Pujya Sohanalala Smaraka Parsvanatha Sodhapitha, 1993.</ref> ২৩-তম তীৰ্থকংৰক এজন বাস্তৱ পুৰুষ বুলি বিবেচনা কৰা হয়। তেখেত খ্ৰী.পূ. ৮৭২-ৰপৰা ৭৭২-লৈ জীৱিত আছিল বুলি কোৱা হৈছে।<ref name=Charpentier>Jarl Charpentier: ''The History of the Jains'', in: ''The Cambridge History of India'', vol. 1, Cambridge 1922, p. 153; A.M. Ghatage: ''Jainism'', in: ''The Age of Imperial Unity'', ed. R.C. Majumdar/A.D. Pusalkar, Bombay 1951, p. 411-412; Shantaram Bhalchandra Deo: ''History of Jaina Monachism'', Poona 1956, p. 59-60.</ref><ref name=MehtaTU>{{cite journal |url= http://www.ibiblio.org/jainism/database/BOOK/arhat.doc
|title= Path of Arhat - A Religious Democracy
|author= Mehta, T.U
|volume = 63
|publisher=Pujya Sohanalala Smaraka Parsvanatha Sodhapitha
|date = 1993
|accessdate= 2008-03-11}}</ref> Jaina tradition is unanimous in making [[Rishabha (Jain tirthankar)|Rishabha]], as the First Tirthankar.<ref name=SinghR/>
 
 
জৈন বিশ্বাসৰ এটা মূল বৈশিষ্ট হৈছে শাৰীৰিক আৰু মানসিক আচৰণেতাৎক্ষণিক প্ৰতিক্ৰিয়া।<ref name="Tobias">{{cite book
|last=Tobias
|first=Michael
|title=Life Force. The World of Jainism
|publisher=Asian manush Press
|year=1991
|pages=6–7, 15
|location=Berkeley, California
|isbn=0-89581-899-X
}}</ref> জৈনসকলে বিশ্বাস কৰে যে সকলো প্ৰাণীয়েই মানুহৰ দৰেই আত্মাধাৰী, সেয়ে ব্যক্তিৰ জীৱন আন কোনো জীৱৰে ক্ষতি নকৰাকৈ জীয়াই থাকিবলৈ যথেষ্ট সংযম আৰু সচেতনতাৰে নিৰ্বাহ কৰা উচিত। জৈন ধৰ্মত প্ৰতি জীৱকে সন্মান জনোৱা হয় আৰু ক্ষুদ্ৰতম জীৱবিধৰো ক্ষতি নকৰিবলৈ চেষ্টা কৰা হয়।
 
জৈন বিশ্বাসত অহিংসাই হৈছে প্ৰকৃত পথ আৰু পূৰ্ণ জ্ঞান আৰু সঠিক আচৰণৰ প্ৰথম চৰ্ত।
 
জৈন বিশ্বাসে 'আধ্যাত্মিক স্বাধীনতা' (প্ৰতিজন ব্যক্তিয়েই নিজৰ ব্যক্তিগত জ্ঞান কৰ্ষণ কৰিব পাৰে) আৰু 'ব্ৰত পালন'ৰ (আধ্যাত্মিক উৎকৰ্ষৰ বাবে আত্ম-সংবৰণ) ওপৰত গুৰুত্ব দিয়ে। জৈন বিশ্বাসতো আন ভাৰতীয় বিশ্বাসৰ দৰেই জীৱনৰ লক্ষ্য হৈছে 'মোক্ষ লাভ'। জৈন বিশ্বাস মতে 'আত্মাৰ প্ৰকৃত সত্ত্বাক জনাটোৱেই' হৈছে মোক্ষ। মোক্ষ পূৰ্ণ জ্ঞানৰ যোগেৰেহে অহাটো সম্ভৱ। জৈন মতবাদৰ আন এটা বৈশিষ্ট হৈছে 'অনেকান্তবাদ', অৰ্থাৎ বাস্তৱ জগতখন পৰিপ্ৰেক্ষিতৰ ভিত্তিত বেলেগ বেলেগ অনুভূত হয়। আৰু কোনোটো পৰিপ্ৰেক্ষিতই সম্পূৰ্ণ সত্য নহয়। জৈন ধৰ্মৰ মতে অকল 'কেৱলী'সকলেহে, যাৰ জ্ঞান অসীম, প্ৰকৃত সত্যৰ কাষ চাপিব পাৰে। বাকীসকলে সেই সত্যৰ এটা অপূৰ্ণ অংশহে দেখিবলৈ পায়। 'অনেকান্তবাদ' পাশ্চাত্য দৰ্শনৰ 'subjectivism'-ৰ সমান্তৰাল।
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/জৈন_ধৰ্ম"ৰ পৰা অনা হৈছে