অৰ্থব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
মুক্তভাৱে নিজৰ কৰ্ম কৰিবলৈ দিব লাগে।সেই সময়ৰ অৰ্থনীতিবিদসকলৰ মতে চৰকাৰে অৰ্থনৈতিক জগতৰ কামকাজত নিজৰ ভুমিকা সীমাবদ্ধ কৰি ৰাখিব লাগে।তেওঁলোকৰ মতে যিকোনো চৰকাৰী হস্তক্ষেপে মুক্ত বজাৰ ব্যৱস্থা সফল হোৱাত বাধা দিয়ে।
 
===পুজিবাদৰপুঁজিবাদৰ বিৱৰ্ত্তন===
১৮শতিকাৰ দ্বিতীয় দশকত পুঁজিবাদৰ জন্ম ।বৰ্তমান ইয়াৰ বহুতো পৰিৱৰ্তন ঘটিছে।প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভনিৰ সময়লৈকে 'পুঁজিবাদ' আছিল চৰকাৰী নিয়ন্ত্ৰনৰ পৰা সম্পুৰ্ণ মুক্ত।বজাৰ সম্পৰ্কে সকলো সিদ্ধান্ত পুঁজিপতি সকলে লৈছিল।চৰকাৰে তেওঁলোকৰ কামত হস্তক্ষেপ কৰা নাছিল।ইয়াক কোৱা হৈছিল "Leissez Fair"। অৰ্থাৎ তেওঁলোকক অকলে থাকিবলৈ দিয়া (Let them alone)।১৯২৯-৩৩ চনৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দ্বিতীয় মহাযুদ্ধ(১৯৩৯-৪৫চন)ৰ পিছত পুঁজিবাদৰ বহু পৰিৱৰ্তন ঘটে।বৰ্তমান পুঁজিবাদ মুক্তপুঁজিবাদ নহৈ 'নিয়ন্ত্ৰীত পুঁজিবাদ'।ইয়াক কল্যাণকামী পুঁজিবাদো বোলে।
 
===পুঁজিবাদৰ বৈশিষ্ট্য===
পুঁজিবাদৰ কেবাটাও বৈশিষ্ট্য আছে।