বে'লৰ পক্ষাঘাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী:
পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে৷ আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়৷ ডায়েবেটিচ,গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়৷▼
==লক্ষণসমূহ==
▲মুখ মণ্ডলৰ এফাল হঠাৎতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱৰা হয়৷হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাওটি বব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানীবৈ থকা পৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷ পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে৷ আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়৷ ডায়েবেটিচ,গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ ৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়৷ কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়৷ ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়৷ বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে৷ সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা৷
ৰোগৰ কাৰণ : - ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই৷ হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে৷ কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাট বা সংক্ৰমন (ইনফেকচন)ৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে৷▼
==ৰোগৰ কাৰণ==
এই ৰোগৰ চিকিৎসা : - বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়৷এন্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ'ল৷ ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায় ৷বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে৷ ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল৷ কদাচিত মুখায়বৰ বিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়৷▼
▲
ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ : - সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়৷ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমন বা আঘাটপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া ঠিৰাং কৰা হয়৷ কেতিয়াবা নাৰ্ভৰ পৰিবহন সমক্ষতা আদিও পৰীক্ষা কৰা হয়৷▼
উপসংহাৰ : - ৰোগী আতংকিত মুঠেই হব নালাগে , কিয়নো "বেলচ্ ফেচিয়েল পালচি"ৰ নিৰাময় শতকৰা প্ৰায় এশ ভাগেই সম্ভব৷▼
==চিকিৎসা==
▲
▲
▲
|