29,728
টা সম্পাদনা
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
||
{{ভাৰত চৰকাৰ}}▼
ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰনকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মূখ্য আসন বুলি [[দিল্লী|দিল্লীক]] বুজায়, যিহেতু চৰকাৰৰ মূখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।▼
▲ভাৰত চৰকাৰক সাধাৰণ ভাষাত
[[ভাৰত]] দেশৰ নাগৰিক সকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক পক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ পক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মান হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, [[কাৰ্যপালিকা]], [[ব্যৱস্থাপিকা|বিধায়িকা]] আৰু [[ন্যায়পালিকা]]ৰ অন্তৰ্গত কাম কৰে|
* [http://india.gov.in/govt/whoswho.php Highest Executive, Judiciary and Legislative officers in India]
▲{{ভাৰত চৰকাৰ}}
{{ভাৰত সম্পৰ্কীয় বিভিন্ন বিষয়ৰ প্ৰবন্ধ তালিকা}}
|