"দেউল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 বাইট যোগ দিয়া হ’ল ,  10 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(removed Category:অসম using HotCat)
No edit summary
[[Image:barpeta holi.jpg|thumb|right|300px|<center>বৰপেটাত ফল্গু উৎসৱৰ আনন্দ<center>]]
[[ফাকুৱা]]ৰ লগত জড়িত [[অসম]]ৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ বা দেউল৷ বৈকুণ্ঠপুৰী [[বৰপেটা]] ধামত 1518১৫১৮ শকত [[বৰপেটা সত্ৰ]]ৰ [[মথুৰা দাস বুঢ়া আতা]]ই প্ৰথম বাৰৰ বাবে ইয়াক প্ৰচলন কৰিছিল৷ সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক '''দেউল''' বোলা হয়৷ দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে৷<ref name=axom>বৰপেটাৰ বৰধামৰ দেউল, প্ৰিয়ৰঞ্জন দাস, গণ অধিকাৰ সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২</ref>
 
==আৰম্ভণি==
7

টা সম্পাদনা