ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
 
 
==আলোকচিত্ৰ প্ৰতিযোগিতাৰ চমু আভাষপ্ৰতিযোগিতা==
===উদ্দেশ্য===
অসমীয়া ৱিকিপিডিয়াত অসম বিষয়ক উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা। গোলকীয়ভাৱে অসমৰ যিকোনো বিষয়ৰে চিত্ৰসমূহ যিহেতু এতিয়াও সহজলভ্য নহয়, সেই অভাৱ দূৰ কৰি অসমৰ বিভিন্ন দিশ সম্পৰ্কে বিশ্ববাসীক অৱগত কৰোৱাতো এই প্ৰতিযোগিতাৰ ঘাই লক্ষ্য|
43 নং শাৰী:
====ই-মেইলত চিত্ৰ আপলোডৰ বাবে সহায়====
ৱিকিপিডিয়াত আপলোড কৰাটোৱেই প্ৰথম পছন্দ যদিও অসুবিধা পালে আপুনি (ই-মেইল ঠিকনাটো) এই মেইলৰ ঠিকনালৈ ছবিসমূহ সংযুক্ত কৰি পঠিয়াব পাৰে। ছবি পঠিয়ালে মেইলৰ subject অংশত '''Assamese Wikipedia Photography competition''' বুলি উল্লেখ কৰি দিব। মেইলৰ ভিতৰত ছবিখনৰ বিষয় আৰু আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ কৰিব। কেবাখনে ছবি পঠিয়ালে প্ৰতিখনৰ ফাইল নামৰ বিপৰীতে বিষয় বেলেগে বেলেগে উল্লেখ কৰিবলৈ নাপাহৰিব।
 
 
===পুৰস্কাৰ প্ৰদান===
Line 51 ⟶ 50:
আলোকচিত্ৰ প্ৰতিযোগিতা সম্বন্ধীয় সকলো ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব।
 
==প্ৰবন্ধ প্ৰতিযোগিতাৰ বাবে চুড়ান্ত নিয়মসমূহপ্ৰতিযোগিতা==
 
===উদ্দেশ্য===
অসমীয়া ৱিকিপিডিয়াত নতুন সদস্যৰদ্বাৰা প্ৰবন্ধ লিখাৰ উৎসাহ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতাৰ নামতে অন্ততঃ কেইটামান ভাল প্ৰবন্ধ যোগ দিয়া। লগতে নিৰপেক্ষ আৰু যুক্তিশীল তথ্যসাহিত্য ৰচনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰা।
Line 62 ⟶ 60:
অসমীয়া ইউনিকোডত লিখিবলৈ অসুবিধা পালে টাইপ কৰা বা হাতে লিখা প্ৰবন্ধ তলৰ ঠিকনালৈ ডাক-যোগে পঠিয়াব পাৰিব। ডাকযোগে পঠিওৱা প্ৰবন্ধ ২৫-মে', ২০১২-ৰ আগতেই আহি পোৱাকৈ পঠিয়াব। নিজৰ নাম আৰু ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ নাপাহৰিব। ডাক-যোগে প্ৰবন্ধ পঠিওৱাৰ ঠিকনা: (Jyoti Prakash Nath, Simmtronics Semiconductors Ltd. / H.No: 1 / K.C. Das Path / P.P. Road / Rehabari/ Guwahati-8/ Phone:9864917706)
 
===প্ৰবন্ধ প্ৰতিযোগিতাৰ নিয়মাৱলী=বাবে চুড়ান্ত নিয়মসমূহ==
# প্ৰবন্ধসমূহ বিশ্বকোষীয় ধাৰণাৰ হ'ব লাগিব। বিশ্বকোষীয় ধাৰণাৰ প্ৰতিটো আলোচিত বিষয়ৰ সম্যক আৰু সম্পূৰ্ণ ধাৰণা দিয়াৰ প্ৰয়াস কৰা হয়। লিখিব খোজা বিষয়টোৰ ওপৰত বস্তনিষ্ঠ তথ্যৰ উল্লেখেৰে নিৰপেক্ষ ভাৱে দিশসমূহ আলোচনা কৰা হয়। এনে প্ৰবন্ধত লিখকে ভাল বা বেয়া কোনো ধৰণে নিজৰ মন্তব্য নিদিয়ে। লগতে নিজা মতবাদ আদিও আগনবঢ়ায়। অইন তথ্যৰ আধাৰতো লেখকে নিজৰ ফালৰপৰা এইটোৱেই শুদ্ধ জাতীয় মন্তব্যও আগবঢ়াব নালাগে। প্ৰবন্ধত উল্লেখিত তথ্যসমূহ মূল কোন উৎসৰপৰা লোৱা হৈছে তাৰ উল্লেখ থকাটো বাধ্যতামূলক। কোনো ক্ষেত্ৰত নিজে জনা কিন্তু অইন উৎসত নোপোৱা কথা (উদ্ধৃতি লাগিব) বুলি উল্লেখ কৰি থ'ব পাৰে। কিন্তু এই উৎসবিহীন তথ্য যিমান পাৰি সিমান কম হোৱা উচিত। এই বিষয়ে লগত সন্নিবিষ্ট 'আৰ্হি প্ৰবন্ধ' চাওক।
# ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰৰ এটা নিজস্ব চানেকী আছে। সেইটো 'প্ৰবন্ধ আৰ্হি'ত দেখুওৱা হৈছে। অৱশ্যে বিষয়ভেদে প্ৰবন্ধ আৰ্হি সলনি হ'ব পাৰে। এই বিষয়ে বিতংকৈ জানিবলৈ ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ এবাৰ চাই ল'ব পাৰে।
Line 98 ⟶ 96:
====আলোকচিত্ৰ প্ৰতিযোগিতা====
# [[সদস্য:মিণ্টু বৰগোঁহাই|মিণ্টু বৰগোঁহাই]]
# [[সদস্য: নয়ন জ্যোতি কলিতা| নয়ন জ্যোতি কলিতা]]
 
====প্ৰবন্ধ প্ৰতিযোগিতা====