প্ৰচলিত মুদ্ৰা (চলাৰ্থ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা, চিত্ৰ সংযোগ ...
1 নং শাৰী:
{{more footnotes}}
{{নতুন পৃষ্ঠা}}
 
অৰ্থনীতিত[[অৰ্থনীতি]]ত '''প্ৰচলিত মুদ্ৰা'''ই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু [[টকা|কাগজৰ টকাই]] ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়। এখন ৰাষ্ট্ৰৰ অৰ্থমুদ্ৰাৰ যোগানৰ আনটো অংশ [[বেংক]] জমা (কেতিয়াবা জমা অৰ্থমুদ্ৰা বোলা হয়)ৰে গঠিত হয়, যাৰ মালিকানা ধনাদেশ (চেক), ডেবিট কাৰ্ড, বা অৰ্থমুদ্ৰা হস্তান্তৰৰ অন্য মাধ্যমেৰে হস্তান্তৰ কৰিব পাৰি। জমা অৰ্থমুদ্ৰা আৰু প্ৰচলিত মুদ্ৰা দুয়োটাই আদায়ৰ উপায় হিচাপে গ্ৰহণযোগ্য হোৱা হেতুকে ইহঁতক অৰ্থমুদ্ৰা বুলি গণ্য কৰা হয়।
[[File:2002 currency exchange AIGA euro money.png|thumb|মুদ্ৰা বিনিময়ৰ প্ৰতীক]]
 
প্ৰচলিত মুদ্ৰা ৰূপে অৰ্থমুদ্ৰাই মানৱ সভ্যতাত প্ৰায় 10১০,000০০০ BCEৰ পৰাই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে। সাধাৰণতে, নিহিত মূল্যৰ মোহৰ (সোণ বা ৰূপ)য়েই মান আছিল। যি কি নহওক, প্ৰায় সকলো আধুনিক অৰ্থমূদ্ৰাতন্ত্ৰই ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা (''fiat money'')ৰ ওপৰত ভিত্তিশীল - চৰকাৰী আজ্ঞা (ৰাজ-আজ্ঞা)ৰ বলতে আধুনিক প্ৰচলিত মুদ্ৰাই মূল্য লাভ কৰে। সাধাৰণতে, চৰকাৰে 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ঘোষণা কৰে (নিদৰ্শন স্বৰূপে, কেন্দ্ৰীয় বেংকে উলিয়াই দিয়া কাগজী মুদ্ৰা আৰু মোহৰ/মুদ্ৰা)। ফলস্বৰূপে, 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক ৰাজহুৱা বা ব্যক্তিগত সকলো ঋণ পৰিশোধৰ উপায় হিচাপে গ্ৰহণ নকৰাটো [[আইন-]] বিৰুদ্ধ।
 
=='''ইতিহাস'''==
[[File:Euromoenterogsedler.jpg|thumb|right|<!--লিখক-->]]
 
'''আদিম প্ৰচলিত মুদ্ৰা'''
Line 21 ⟶ 23:
'''কাগজী অৰ্থমুদ্ৰা'''
 
প্ৰাক্-আধুনিক চীনত[[চীন]]ত ধাৰ আৰু হাজাৰটা তামৰ মুদ্ৰা বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা দূৰীকৰণৰ বাবে এটা সুবিধাজনক বিনিময়ৰ মাধ্যম প্ৰচাৰৰ প্ৰয়োজনীয়তাই কাগজী অৰ্থমুদ্ৰাৰ সূচনা কৰিছিল। এই কাগজী অৰ্থমুদ্ৰাকে আজিৰ দিনত সকলোৱে বেংক নোট বা কাগজী টকা হিচাপে জানে।জনা যায়।
 
'''বেংক নোট বা অধিকোষ-পত্ৰৰ যুগ'''
 
এখন অধিকোষ-পত্ৰ ([[যুক্তৰাষ্ট্ৰ]] আৰু কানাডাত[[কানাডা]]ত সাধাৰণতে মূল্য-পত্ৰ(''bill'') বুলি জনা যায়) হৈছে প্ৰচলিত মুদ্ৰাৰ এটা প্ৰকাৰ, আৰু সাধাৰণতে বিভিন্ন অধিকাৰ-ক্ষেত্ৰত বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সৈতে অধিকোষ-পত্ৰই সকলো অৰ্থমুদ্ৰাৰ নগদ ৰূপটো গঠন কৰে। অষ্ট্ৰেলিয়াৰ[[অষ্ট্ৰেলিয়া]]ৰ ''Commonwealth Scientific and Industrial Research Organisation''য়ে ১৯৮০ চনত বিশ্বৰ প্ৰথম ''polymer currency'' সৃষ্টি কৰে আৰু ইয়াক ১৯৮৮ চনত ৰাষ্ট্ৰৰ দ্বিশতবাৰ্ষিকী উত্সৱত প্ৰচালনৰ কাৰণে গ্ৰহণ কৰা হয়। এতিয়া ২২ খনমান দেশত ব্যৱহৃত ''polymer currency''য়ে অধিকোষ-পত্ৰৰ আয়ুস নাটকীয়ভাৱে বঢ়োৱাৰ লগতে জালিয়াতিও ৰোধ কৰে।
 
=='''আধুনিক প্ৰচলিত মুদ্ৰা'''==
 
সাম্প্ৰতিকভাৱে, ''International Organization for Standardization''নে প্ৰচলিত মুদ্ৰাক ব্যাখ্যা কৰিবলৈ এটা ত্ৰি-বৰ্ণৰ সাংকেতিক পদ্ধতি (ISO 4217) ৰ সূচনা কৰিলে যাৰদ্বাৰা ডলাৰ বা ফ্ৰাঙ্ক বুলি কোৱা বহুসংখ্যক ভিন্ন মূল্যৰ প্ৰচলিত মুদ্ৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভ্ৰান্তি দূৰ হয়। উদাহৰণস্বৰূপে, এই পদ্ধতি অনুসৰি যুক্তৰাষ্ট্ৰৰ প্ৰচলিত মুদ্ৰাক বিশ্বব্যাপী USDৰে বুজোৱা হয়।