ৰামমোহন ৰায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা
র -> ৰ
4 নং শাৰী:
|name=ৰাজা ৰামমোহন ৰায়
|lived={{birth date|1772|5|22}} – {{death date|1833|10|30}}
|image= [[চিত্রচিত্ৰ:Raja Ram Mohan Roy.jpg]]
|caption= বাংলাৰ নবজাগৰণৰ জনক ৰাজা ৰামমোহন ৰায়
|alternate name=ৰামমোহন ৰায়
14 নং শাৰী:
| children =
|prizes=
|religion=[[ব্রাহ্মব্ৰাহ্ম ধর্মধৰ্ম]]
|footnotes=
|placeofdeath=[[স্ট্যাপলেটন]], [[ব্রিস্টলব্ৰিস্টল]], [[ইংলেণ্ড]]
|movement=[[বাংলাৰ নবজাগৰণ]]
|organizations=[[ব্রাহ্মসমাজব্ৰাহ্মসমাজ]]
}}
 
'''ৰামমোহন ৰায়''' ({{lang-en|Ram Mohan Roy}}) অথবা '''ৰাজা ৰামমোহন ৰায়''' (মে ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্রথমপ্ৰথম ভাৰতীয় ধর্মীয়ধৰ্মীয়-সামাজিক পুনর্গঠনপুনৰ্গঠন আন্দোলন ব্রাহ্মসমাজৰব্ৰাহ্মসমাজৰ প্রতিষ্ঠাতাপ্ৰতিষ্ঠাতা আৰু বাঙালী দার্শনিক।দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্রশাসনজনপ্ৰশাসন, ধর্মীয়ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্রভাৱপ্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্রথাপ্ৰথা বিলুপ্ত কৰাৰ প্রচেষ্টাৰপ্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। এই সময়ত [[হিন্দু]] বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল।
ৰামমোহন ৰায় কলকাতালৈ আগষ্ট ২০, ১৮২৮ চনত ইংলেণ্ড যাত্রাৰযাত্ৰাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্রাহ্মসমাজব্ৰাহ্মসমাজ স্থাপন কৰে। পৰবর্তীকালতপৰবৰ্তীকালত এই ব্রাহ্মসমাজেব্ৰাহ্মসমাজে এক সামাজিক আৰু ধর্মীয়ধৰ্মীয় আন্দোলন আৰু বাংলাৰ পূনর্জাগৰণৰপূনৰ্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।
 
==শৈশৱ আৰু শিক্ষা==
২২ মে, ১৭৭২ চনত হুগলী জিলাৰ ৰাধানগৰ গাঁৱত ৰামমোহন ৰায়ে এক সম্ভ্রান্তসম্ভ্ৰান্ত কুলীন (বন্দোপাধ্যায়) ব্রাক্ষ্মণবংশতব্ৰাক্ষ্মণবংশত জন্মগ্রহণজন্মগ্ৰহণ কৰে। তেওঁৰ বংশত অদ্ভুত বৈপৰীত্য লক্ষ্য কৰা যায়। প্রপিতামহপ্ৰপিতামহ কৃষ্ণকান্ত ফাৰুখশিয়াৰে আমোলা বাংলাৰ সুবেদাৰৰ আমিনৰ কাৰ্য্য কৰিছিল। সেই সুত্রেইসুত্ৰেই বোধ কৰোঁ এওঁলোকে 'ৰায়' পদবী ব্যবহাৰ। কৃষ্ণকান্তৰ কনিষ্ঠ পুত্রপুত্ৰ ব্রজবিনোদব্ৰজবিনোদ ৰামমোহনৰ পিতামহ। পিতা ৰামকান্ত। ৰামকান্তই তিনিবাৰ বিবাহ কৰিছিল। মধ্যমা পত্নী তাৰিণীৰ এগৰাকী কন্যা আৰু দুজন পুত্রপুত্ৰ-জগমোহন ও ৰামমোহন। এওঁলোকৰ বংশ আছিল বৈষ্ণৱ, কিন্তু ৰামমোহনৰ মাতা আছিল ঘোৰ তান্ত্রিকতান্ত্ৰিক ঘৰৰ কন্যা। ৰামকান্ত পৈত্রিকপৈত্ৰিক এজমালি ভদ্রাসনভদ্ৰাসন এৰি পার্শ্ববর্তীপাৰ্শ্ববৰ্তী লাঙ্গুলপাড়া গাঁৱলৈ সপৰিয়ালে উঠি যায়। তেখেতৰ পিতৃ ৰামকান্ত ৰায় আছিল বৈষ্ণবী আৰু মাতৃ তাৰিণী দেবী আছিল শাক্ত। পোন্ধৰ-ষোল্ল বছৰ বয়সত তেওঁ গৃহত্যাগ কৰি নানাস্থানত ঘূৰি ফুৰে। কাশী আৰু পাটনাত কিছুকাল আছিল আৰু নেপাললৈকো গৈছিল। ইয়াৰ আগেয়ে তেওঁৰ লগত তন্ত্রশাস্ত্রৰতন্ত্ৰশাস্ত্ৰৰ সুপণ্ডিত নন্দকুমাৰ বিদ্যালঙ্কাৰৰ (পাছত হৰিহৰানন্দ তীর্থস্বামীতীৰ্থস্বামী কুলাবধূত নামে পৰিচিত) যোগাযোগ হয়। ৰামমোহনৰ সংস্কৃতত বুৎপত্তি আছিল, তেওঁৰ বেদ-বেদান্তৰ অনুৰাগ নন্দকুমাৰৰ সহযোগিতাত হৈছিল। ব্রক্ষ্মব্ৰক্ষ্ম-উপাসনাৰ প্রতিষ্ঠাতপ্ৰতিষ্ঠাত হৰিহৰানন্দ তেওঁৰ দক্ষিণ-হাত আছিল। বাৰাণসীৰ পৰা প্রথাগতপ্ৰথাগত সংস্কৃত শিক্ষাৰ পাছত তেও পাটনাৰ পৰা [[আৰবী]] আৰু [[পাৰ্ছী ভাষা]] শিকে। পাছত তেও [[ইংৰাজী]], [[গ্রীকগ্ৰীক]] আৰু [[হিব্রুহিব্ৰু ভাষা]]ও শিকে।
 
==কর্মকৰ্ম-জীৱন==
তৰুণ বয়সত তেওঁ কলকাতাত মহাজনৰ কাম কৰিছিল। ১৭৯৬ চনত ৰামমোহনে অর্থোপার্জনঅৰ্থোপাৰ্জন কৰা আৰম্ভ কৰে। ১৮০৩ ৰ পৰা ১৮১৪ চন পর্য্যন্তপৰ্য্যন্ত ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ কর্মচাৰীকৰ্মচাৰী আছিল। কলকাতালৈ প্রায়েপ্ৰায়ে আহিছিল আৰু নবাগত চিভিলিয়ানসকলৰ লগত পৰিচিত হৈ তেওঁলোকক নানা বিষয়ত সহায় কৰিছিল। এই সুযোগৰ সদ ব্যৱহাৰ কৰি তেওঁ ইংৰাজী শিকি লৈছিল। ব্রিটিশব্ৰিটিশ ইষ্ট ইন্ডিয়া কোম্পানিৰ কামত চিভিলিয়ান কর্মচাৰীসকলৰকৰ্মচাৰীসকলৰ মাজত জন ডিগবীৰ লগত তেওঁৰ সর্বাধিকসৰ্বাধিক ঘনিষ্ঠতা হয়। কোম্পানিৰ কামত ডিগবীৰ অধীনত তেওঁ দেৱানৰূপে ৰংপুৰত কাম কৰে ১৮০৩ ৰ পৰা ১৮১৪ চন পর্য্যন্ত।পৰ্য্যন্ত। এই সময়ৰ মাজত তেওঁ দু'বাৰ ভূটান সীমান্তলৈ যায় কোম্পানীৰ হৈ কৰা দৌত্যকাৰ্য্যত ডিগবীৰ সাহচৰ্য্যত তেওঁৰ সমস্ত নূতন চিন্তা এই সময়ৰ মাজতেই পৰিপক্কতা লাভ কৰে। ১৮১৫ খ্রীষ্টাব্দৰখ্ৰীষ্টাব্দৰ পৰা ৰামমোহন কলকাতাৰ স্থায়ী বাসিন্দা হয়, ইয়াৰ পৰাই প্রকাশ্যেপ্ৰকাশ্যে তেওঁৰ সংস্কাৰ-প্রচেষ্টাৰপ্ৰচেষ্টাৰ আৰম্ভ হয়। তেওঁৰ প্রথমপ্ৰথম প্রকাশিতপ্ৰকাশিত গ্রন্থগ্ৰন্থ ফাৰসী ভাষাত লিখা (ভূমিকা অংশ আৰবীত) তুহফাতুল মুবাহ হিন্দীন। কিতাপখনত একেশ্বৰবাদৰ সমর্থনসমৰ্থন আছে। ইয়াৰোপৰি একেশ্বৰবাদ (বা ব্রাহ্মবাদব্ৰাহ্মবাদ) প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰাৰ কাৰণে বেদান্ত-সূত্রসূত্ৰ আৰু তাৰ সমর্থনৰসমৰ্থনৰ উপনিষদৰবোৰ বাংলা অনুবাদ কৰি প্রচাৰপ্ৰচাৰ কৰি থাকিছিল। ১৮১৫ পৰা ১৮১৯ খ্রীষ্টাব্দৰখ্ৰীষ্টাব্দৰ মাজত প্রকাশিতপ্ৰকাশিত হয় বেদান্তগ্রন্থবেদান্তগ্ৰন্থ, বেদান্তসাৰ, কেনোপনিষদ, ঈশোপনিষদ, কঠোপনিষদ, মাণ্ডূক্যোপনিষদ আৰু মুণ্ডকোপনিষদ। ৰক্ষণশীল ব্যক্তিসকল ক্রুদ্ধক্ৰুদ্ধ হৈ তেওঁৰ লেখাৰ প্রতিবাদপ্ৰতিবাদ দেখুৱাবলৈ ধৰিলে। এই সকলো প্রতিবাদপ্ৰতিবাদ কটুক্তিপূর্ণকটুক্তিপূৰ্ণ আৰু বিদ্বেষ ভাবাপন্ন। ৰামমোহনেও প্রতিবাদৰপ্ৰতিবাদৰ প্রতিবাদপ্ৰতিবাদ কৰিছিল কিন্তু যুক্তি আৰু ভদ্রভাষাত।ভদ্ৰভাষাত। প্রতিবাদপ্ৰতিবাদ-কৰাসকলে সোনকালেই থমকি ৰৈছিল। প্রতিবাদপ্ৰতিবাদ-কৰাসকলৰ মাজত প্রথমপ্ৰথম আৰু প্রধানপ্ৰধান আছিল মৃত্যুঞ্জয় বিদ্যালঙ্কাৰ, এওঁৰ গ্রন্থৰগ্ৰন্থৰ নাম 'বেদান্তচন্দ্রিকাবেদান্তচন্দ্ৰিকা'। বেদান্তচন্দ্রিকাবেদান্তচন্দ্ৰিকা'ৰ প্রতিবাদতপ্ৰতিবাদত ৰামমোহন ভট্টাচার্যেৰভট্টাচাৰ্যেৰ উচিত বিচাৰ লিখি প্রতিবাদীসকলৰপ্ৰতিবাদীসকলৰ মুখ বন্ধ কৰি দিছিল। 'বেদান্ত গ্রন্থগ্ৰন্থ' প্রকাশৰপ্ৰকাশৰ লগতে তেওঁ ব্রক্ষনিষ্ঠব্ৰক্ষনিষ্ঠ একেশ্বৰ উপাসনাৰ পথ দেখুৱালে আত্মীয় সভা প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰি এই আত্মীয় সভাকেই পাছত তেওঁ ব্রাহ্মসমাজব্ৰাহ্মসমাজ নাম আৰু ৰূপ দিয়ে|
 
==সতীদাহ আৰু ৰামমোহন ৰায়==
বেদান্ত-উপনিষদবোৰ উলিওৱাৰ সময়তেই তেওঁ সতীদাহ অশাস্ত্রীয়অশাস্ত্ৰীয় আৰু নীতিবিগর্হিতনীতিবিগৰ্হিত বুলি প্রমাণপ্ৰমাণ কৰিবলৈ পুস্তিকা লিখে 'প্রবর্তকপ্ৰবৰ্তকনিবর্তকৰনিবৰ্তকৰ সম্বাদ'। প্রতিবাদতপ্ৰতিবাদত পুস্তিকা ওলালে হল 'বিধায়ক নিষেধকৰ সম্বাদ'। তাৰ প্রতিবাদতপ্ৰতিবাদত দ্বিতীয় আৰু তৃতীয় পুস্তিকা উলিওৱা হয়। এই বছৰেই ডিচেম্বৰ মাহত আইন কৰি সহমৰণ-ৰীতি নিষিদ্ধ কৰা হয়। তথাপিও গোড়াসকলে চেষ্টা কৰাত লাগিল যাতে পাৰ্লিয়ামেণ্টত বিষয়টি পুণর্বিবেচিতপুণৰ্বিবেচিত হয়। এই চেষ্টাত বাধা দিয়াৰ কাৰণে ৰামমোহন বিলাতলৈ যাবলৈ প্রস্তুতপ্ৰস্তুত হ’ল।
 
==ব্ৰক্ষ্মসমাজ আৰু ৰামমোহন ৰায়==
বেদান্তচন্দ্রিকাৰবেদান্তচন্দ্ৰিকাৰ প্রতিবা্দতপ্ৰতিবা্দত ৰামমোহনে ভট্টাচাৰ্য্যৰ উচিত বিচাৰ লিখি প্রতিবাদীসকলৰপ্ৰতিবাদীসকলৰ মুখ বন্ধ কৰি দিছিল। বেদান্ত গ্রন্থগ্ৰন্থ প্রকাশৰপ্ৰকাশৰ লগত তেওঁ ব্রক্ষনিষ্ঠব্ৰক্ষনিষ্ঠ একেশ্বৰ উপাসনাৰ পথ দেখুৱালে আত্মীয় সভা প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰি। এই আত্মীয় সভাকেই পাছত তেওঁ ব্রাক্ষসমাজব্ৰাক্ষসমাজ নাম আৰু ৰূপ দিয়ে।
 
==বিলাত যাত্রাযাত্ৰা==
১৮৩০ খ্রীষ্টাব্দৰখ্ৰীষ্টাব্দৰ ১৯ নবেম্বৰত তেওঁ কলকাতাৰ পৰা বিলাতলৈ যাত্রাযাত্ৰা কৰে। দিল্লীৰ বাদশাহে তেওঁক 'ৰাজা' উপাধি দি দ্বায়িত্ব দিলে যে বিলাতলৈ গৈ ৰাজদৰবাৰত যেন বাদশাহৰ ভাত্ত বৃদ্ধিৰ সুপাৰিছ কৰে। ১৮৩১ খ্রীষ্টাব্দৰখ্ৰীষ্টাব্দৰএপ্রিলতএপ্ৰিলত ৰামমোহন লিভাৰপুল পালেগৈ। তাত সম্ভ্রান্তসম্ভ্ৰান্ত আৰু বিদ্বানসমাজত তেওঁৰ প্রচুৰপ্ৰচুৰ সমাদৰ হৈছিল। ১৮৩২ খ্রীষ্টাব্দৰখ্ৰীষ্টাব্দৰ শেষৰ ফালে কিছুদিনৰ কাৰণে তেওঁ ফ্রান্সলৈকোফ্ৰান্সলৈকো গৈছিল|।
 
==সংস্কাৰসমূহ==
ৰামমোহন ৰায়ে একেশ্বৰবাদত বিশ্বাস কৰিছিল। এই বিশ্বাসৰ পৰাই তেওঁ ব্রাহ্মসমাজব্ৰাহ্মসমাজব্রাহ্মধর্মব্ৰাহ্মধৰ্ম প্রতিষ্ঠাপ্ৰতিষ্ঠা কৰে।
ৰামমোহন ৰায়ে সকলো ধর্মীয়ধৰ্মীয় আচাৰ অনুষ্ঠান নামানিছিল আৰু তাক প্রকাশ্যেপ্ৰকাশ্যে প্রতিবাদপ্ৰতিবাদ কৰিছিল। তেওঁ ভাবিছিল সকলো ধর্মীয়ধৰ্মীয় আচাৰ অনুষ্ঠান কুসংস্কাৰৰ বাদে একো নহয়। ৰামমোহন ৰায়ে বেদৰ বাংলা অনুবাদ প্রকাশপ্ৰকাশ কৰি তেওঁৰ বক্তব্য প্রমাণপ্ৰমাণ কৰে।
 
==শেষ জীৱন==
ৰাম মোহন ৰায়ে ১৮৩১ চনত মুঘল সাম্রাজ্যৰসাম্ৰাজ্যৰ দূত হিচাবে যুক্তৰাজ্য ভ্রমণভ্ৰমণ কৰে, তেওঁ ফ্রান্সফ্ৰান্সপৰিদর্শনপৰিদৰ্শন কৰিছিল। ১৮৩৩ চনত মেনিনজাইটিসত আক্রান্তআক্ৰান্ত হৈ ব্রিস্টলৰব্ৰিস্টলৰ ওচৰত স্টেপলেটনত মৃত্যুবৰণ কৰে। ব্রিস্টলতব্ৰিস্টলত আৰনচ্‌ ভ্যাল সমাধিস্থলত তেওঁক কবৰ দিয়া হয়। ১৯৯৭ চনত মধ্য ব্রিস্টলতব্ৰিস্টলত তেওঁৰ এটি মূর্তিমূৰ্তি স্থাপন কৰা হয়।
 
== আৰু চাওক==
# [[আদি ধর্মধৰ্ম]]
# [[ব্ৰাহ্ম ধৰ্ম]]
# [[ব্রাহ্ম ধর্ম]]
# [[ব্ৰাহ্মসমাজ]]
# [[ব্রাহ্মসমাজ]]
# [[আদি ব্রাহ্মসমাজব্ৰাহ্মসমাজ]]
# [[সাধাৰণ ব্রাহ্মসমাজব্ৰাহ্মসমাজ]]
# [[আর্যআৰ্য সমাজ|আর্যআৰ্য সমাজ]]
# [[বাংলাৰ ইতিহাস]]
# [[প্রার্থনাপ্ৰাৰ্থনা সমাজ]]
# [[তত্ত্ববোধিনী সভা]]
# [[হিন্দু কলেজ]]
# [[প্রেছিডেন্সীপ্ৰেছিডেন্সী কলেজ]]
 
== তথ্য সংগ্ৰহ ==
<references />
* নগেন্দ্রনাথনগেন্দ্ৰনাথ চট্টপাধ্যায়, মহাত্মা ৰাজা ৰামমোহন ৰায়ৰ জীবন চৰিত, কলকাতা, ১৮৮১;
* SD Collet, Life and Letters of Raja Rammohun Roy (2nd edition), Calcutta, 1914;
* K Nag & D Burman (ed), The English Works of Rammohun Roy, Calcutta, 1945-48.