সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2+) (ৰবট যোগ দিছে :bn, ca, cs, de, dv, eo, es, fi, fr, gu, hi, hr, id, it, ja, ka, kn, ko, lv, ml, mr, ne, nl, no, pa, pl, pnb, pt, ro, ru, sa, simple, sk, sl, sv, ta, te, th, ur, yo, zh
46 নং শাৰী:
১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়| সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে|
==ৰচনাসমূহ==
বিশ্বৰ মহানতম দাৰ্শনিকৰূপে তেওঁৰদাঙি পৰিচয় পৰিস্ফুটিত হয়ধৰা তেওঁৰ এই দাৰ্শনিক ৰচনাসমূহৰ মাজতমাজৰ কিছুমান তলত দিয়া হ’ল:-
* The Ethics of the Vedanta and its Material Presuppoliton (1908);
“The Ethics of the Vedanta and its Material Presuppoliton (1908); The Philosophy of Rabindranath Tagor (1918); The Reign of Religion in Contemporary Philosophy (1920); Indian Philosophy (2 volumes 1923 and 1927); The Hindu view of Life (1926); The religion we Need (1928); Kalki or The Future of Civilization (1929); An Idealist view of Life (1932); East and West in Religion (1933), Freedom and Culture (1936); The Heart of Hinduism (1936); My Search for Truth (Autobiography 1937) Gautama the Buddha (1938); Eastern Religion and Western Thought (1939); Mahatma Gandhi (1939); India and China (1944); Education, Politics and War (1944): The Religion and Society (1947); The Bhagavadgita (1948); Great Indians (1949); The Dhammapada (1950); The Religion of the spirit and the Worlds Need (1952).
* The Philosophy of Rabindranath Tagor (1918);
* The Reign of Religion in Contemporary Philosophy (1920);
* Indian Philosophy (2 volumes 1923 and 1927);
* The Hindu view of Life (1926); The religion we Need (1928);
* Kalki or The Future of Civilization (1929);
* An Idealist view of Life (1932);
* East and West in Religion (1933),
* Freedom and Culture (1936);
* The Heart of Hinduism (1936);
* My Search for Truth (Autobiography 1937)
* Gautama the Buddha (1938);
* Eastern Religion and Western Thought (1939);
* Mahatma Gandhi (1939); India and China (1944);
* Education, Politics and War (1944):
* The Religion and Society (1947);
* The Bhagavadgita (1948);
* Great Indians (1949);
* The Dhammapada (1950);
* The Religion of the spirit and the Worlds Need (1952).
 
==উপসংহাৰ==
ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰক্ষ্ম’ৰ উপলব্ধিত| ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰক্ষ্মচাৰ্য পালন, ব্ৰক্ষ্মজ্ঞানৰ সাধন আৰু ব্ৰক্ষ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে| সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰক্ষ্মচাৰী, এজন প্ৰকৃত ব্ৰক্ষ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰক্ষ্মবাদী আছিল |