সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
সজ্জা, অনুবাদ
1 নং শাৰী:
{{more footnotes}}
{{Infobox Officeholder
|name = সৰ্বপল্লী ৰাধাকৃষ্ণণ<br>Sarvepalli Radhakrishnan<br>సర్వేపల్లి రాధాకృష్ణ<br>சர்வபள்ளி ராதாகிருஷ்ணன்
Line 28 ⟶ 27:
}}
 
'''ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ''' ({{lang-te|సర్వేపల్లి రాధాకృష్ణ}}; {{lang-tlta|சர்வபள்ளி ராதாகிருஷ்ணன்}}; {{lang-en|Sarvepalli Radhakrishnan}}) ({{audio|Svpr.ogg|উচ্ছাৰণ}}) আছিল বিশ্ববন্দিত ভাৰতীয় দাৰ্শনিক, মহান শিক্ষক আৰু ৰাজনীতিবিদ| তেওঁ কুৰি শতিকাৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল| ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনাদৰ্শ আৰু বিৰাট কৰ্মৰাজিয়ে বিশ্ব দৰবাৰত ভাৰতকো একেই গৌৰৱ আৰু সন্মানৰ অধিকাৰী কৰি তুলিছে: যি দুৰ্লভ সন্মানৰ অধিকাৰী হৈছে তেওঁ নিজে| তেখেত [[স্বাধীন ভাৰতৰভাৰত]]ৰ প্ৰথম [[উপ-ৰাষ্ট্ৰপতি]] আছিল<ref name="TeluguOne">[http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm TeluguOne]</ref> (১৯৫২-১৯৬২); আৰু পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে [[ভাৰতৰ ৰাষ্ট্ৰপতি]] পদটো নিৰ্বাচিত হৈছিল|
 
==জন্ম==
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে <ref name="Teluguone">{{cite web|url=http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm |title=TeluguOne |publisher=TeluguOne |date= |accessdate=2011-08-31}}</ref> | তেওঁ দেউতাকৰ নাম আছিল বীৰ চমাইয়া আৰু মাতৃৰ নাম সীতামা আছিল<ref name="Teluguone"/> | তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল| ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল| জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল| কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাক্ষ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন [[হিন্দু সভ্যতা]]ৰ নৱ-জাগৰণৰ সময়|
 
==শিক্ষা আৰু চৰিত্ৰ গঠন==
শৈশৱৰে পৰা শান্ত শিষ্ট আৰু নম্ৰ স্বভাৱৰ ৰাধাকৃষ্ণণে অপৰিসীম স্নেহ যত্নৰ মাজত ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃয়ে নিজ তত্বাৱধানত ৰাখি নৈতিক চৰিত্ৰ গঠনৰ শিক্ষা দিয়ে| ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক পঠোৱা হয় তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়<ref>Sarvepalli Gopal: ''Radhakrishnan; a Biography'' (1989) p. 11</ref>| বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই [[খ্ৰীষ্টান|খ্ৰীষ্টিয়ান]] শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়| ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত [[দৰ্শন]] শাস্ত্ৰ অধ্যয়ন কৰে<ref>Sarvepalli Gopal: ''Radhakrishnan; a Biography ''(1989) p.15</ref>|
 
আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে [[খ্ৰীষ্টিয়ান মিছনেৰী]] সকলৰ মাজত| মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠান সমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানে ৰাধাকৃষ্ণণক সকলো দিশৰ পৰা এগৰাকী আদৰ্শ ব্যক্তি ৰূপে গঢ়ি তুলিছিল| বিশেষকৈ ৰাধাকৃষ্ণণৰ চৰিত্ৰত যিবোৰ গুণ ফুটি উঠিছিল সেই গুণৰাজিয়ে সকলো শ্ৰেণীৰ লোককে মুগ্ধ কৰিছিল| সেই সময়ৰে পৰাই সকলোৱে তেওঁক সন্মানৰ চকুৰে চাইছিল|
 
ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতাইও যথেষ্ট অৰিহণা যোগাইছিল| সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাতো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাক্ষ্মণ পৰিয়াল সমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল|
Line 42 ⟶ 41:
 
==কৰ্ম জীৱন==
[[File:Radhakrishnan telugu signature.jpg|thumb|সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এখন অংকিত চিত্ৰ]]
এগৰাকী শিক্ষক হিছাপে ৰাধাকৃষ্ণণৰ কৰ্মজীৱ্নৰ বিৱৰণী ক্ৰমানুসাৰে এনে ধৰণৰ:-
* দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় ১৯১৮-২১;
87 নং শাৰী:
 
==উপসংহাৰ==
ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰক্ষ্ম’ৰ উপলব্ধিত| ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰক্ষ্মচাৰ্য পালন, ব্ৰক্ষ্মজ্ঞানৰ সাধন আৰু ব্ৰক্ষ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে| সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰক্ষ্মচাৰী, এজন প্ৰকৃত ব্ৰক্ষ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰক্ষ্মবাদী আছিল| সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহি:প্ৰকাশবহিঃপ্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ| এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ৰ বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম| দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে<ref>আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা-কনকসেন ডেকা|</ref>|
 
 
==গ্ৰন্থপঞ্জী==
 
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত বিত্তি কৰি বৰ্তমানলৈকে বহুতো গ্ৰন্থ প্ৰকাশ পাইছে| ইয়াৰে মাজৰ কিছুমান হৈছে:
 
{{Refbegin}}
*{{cite book
|last=Schilpp
|first=Paul Arthur
|authormask=
|authorlink=
|coauthors=
|firstn= |lastn=
|authorn-link=
|editor=
|editorn-last=
|editorn-first=
|editor-link=
|editorn-link=
|others=
|title=The Philosophy of Sarvepalli Radhakrishnan|url=http://books.google.com/books?id=cDdpTcyJtxMC&printsec=frontcover&dq=8120807928&cd=1#v=onepage&q=&f=false
|accessdate=
|format=
|edition=
|series=
|volume=
|year=1992
|origyear=1952, Tudor
|month=
|publisher=Motilal Banarsidass
|location=
|isbn=81-208-0792-8
|oclc=
|doi=
|bibcode=
|page=
|pages=
|nopp=
|chapter=|chapterurl=
|ref=
}}
*{{cite book
|last=Murty
|first=K. Satchidananda
|authormask=
|authorlink=
|coauthors=Ashok Vohra
|firstn= |lastn=
|authorn-link=
|editor=
|editorn-last=
|editorn-first=
|editor-link=
|editorn-link=
|others=
|title=Radhakrishnan: his life and ideas|url=http://books.google.com/books?id=x6FsaptULgAC&pg=PP1&dq=radhakrishnan&cd=1#v=onepage&q=&f=false
|accessdate=
|format=
|edition=
|series=
|volume=
|year=1990
|month=
|publisher=SUNY Press
|location=
|isbn=0-7914-0343-2
|oclc=
|doi=
}}
*{{cite book
|last=Minor
|first=Robert Neil
|authormask=
|authorlink=
|coauthors=
|firstn= |lastn=
|authorn-link=
|editor=
|editorn-last=
|editorn-first=
|editor-link=
|editorn-link=
|others=
|title=Radhakrishnan: a religious biography|url=http://books.google.com/books?id=2LzRkWABC6sC&printsec=frontcover&dq=radhakrishnan&cd=5#v=onepage&q=&f=false
|accessdate=
|format=
|edition=
|series=
|volume=
|year=1987
|month=
|publisher=SUNY Press
|location=
|isbn=0-88706-554-6
|oclc=
|doi=
}}
*{{cite book
|last=Gopal
|first=Sarvepalli
|authormask=
|authorlink=
|coauthors=
|firstn= |lastn=
|authorn-link=
|editor=
|editorn-last=
|editorn-first=
|editor-link=
|editorn-link=
|others=
|title=Radhakrishnan: a biography|url=http://books.google.com/books?id=ryluAAAAMAAJ&q=radhakrishnan&dq=radhakrishnan&cd=7
|accessdate=
|format=
|edition=
|series=
|volume=
|year=1989
|month=
|publisher=Unwin Hyman
|location=
|isbn=0-04-440449-2
|oclc=
|doi=
}}
 
*{{cite book
|last=Pappu
|first =S.S. Rama Rao
|title=New Essays in the Philosophy of Sarvepalli Radhakrishnan
|publisher=South Asia Books
|location =[[Delhi]]
| ISBN= 978-81-7030-461-6
|year= 1995
}}
{{Refend}}
 
==তথ্য সংগ্ৰহ==