চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{unreferenced}}
ৰজা [[চুপিম্ফা]]ৰ (১৪৯৩-১৫৩৯১৪৯৭ খ্রীঃ) মৃত্যুৰ পাছতে ১৫৩৯১৪৯৭ চনতখ্রীঃত তেওঁৰ পুতেক [[চুহুংমুং]] আহোম ৰাজপাটত উঠে। [[দিহিঙ্গীয়া ফৈদ]]ৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সর্বশ্রেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুমতে তেওঁৰ নাম আছিল স্বর্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্রে স্বর্গদেৱ উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ [[বকতা]]ত ৰাজধানী পাতিছিল।{{citation needed}}
 
==শাসনকাল==
12 নং শাৰী:
 
==মৃত্যু==
১৫৩৯১৪৯৭ চনতখ্রীঃত বৰকোঁৱৰ [[চুক্লেনমং]]ৰ ষড়যন্ত্রত শুই থকা অৱস্থাতে তেওঁ প্রাণ হেৰুৱায়।{{citation needed}}
 
==তথ্যসূত্র==