খগেন মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} {{Infobox musical artist | bgcolour = lightgray | name = খগেন মহ...
 
No edit summary
23 নং শাৰী:
'''খগেন মহন্ত''' (১৯৪২)[[অসম]]ৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ।
 
==অনুষ্ঠান পৰিৱেশন==
# মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোত্সৱত খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী৷ (১৯৫৯)
# গুৱাহাটী আকাশবাণীৰ জৰিয়তে প্ৰথম গ্ৰামোফোন ৰেকৰ্ড (১৯৬১)
# সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত [[নেপাল]] যাত্ৰা আৰু সংগীত পৰিৱেশন৷ (১৯৬৫)
# বিট্ৰেইনত সংগীত পৰিৱেশন৷ (১৯৯৬)<ref name=dainik>আজিৰ দৈনিক বাতৰি, অনুভূতি, গুৱাহাটী, ২৪ জুন ২০১২</ref>
==বঁটা-সন্মান==
# প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি৷ (১৯৭২)
# ফিল্ম ক্ৰাফ্‌ট বঁটা (১৯৮৮)
# [[ৰজত কমল বঁটা]] (১৯৯০) টেলিফিল্ম 'NISI UJAGAR' (নিশি উজাগৰ) আৰু 'Juj' (যুঁজ)ৰ সংগীত নিৰ্দেশনাৰ বাবে৷
# [[সংগীত নাটক একাডেমী বঁটা]] (১৯৯২)
# শ্ৰীক্ষয় বঁটা (১৯৯৪)
# সংগীতাচাৰ্য বঁটা (১৯৯৯)<ref name=dainik></ref>
 
==চলচ্চিত্ৰ==
# ২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান৷ মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিৰ সংগীত পৰিচালনা৷
# শকুন্তলা চিনেমাত অভিনয় ৷ (১৯৬১)
# ৰেডিঅ' ডুকুমেণ্টৰী 'লিজেণ্ড অৱ লোহিত'ৰ বাবে সন্মানীত৷ (১৯৮৯)
# ১৯৯০ চনত তেখেতৰ দ্বাৰা প্ৰস্তুত '[[অ' মোৰ আপোনাৰ দেশ]]' গীতটো এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠোৱা হয়৷<ref name=dainik></ref>
 
==গ্ৰামোফোন ডিস্ক আৰু কেছেট==
# গ্ৰামোফোন ডিস্কত সহস্ৰাধিক [[লোকসংগীত]], পৰম্পৰাগত-ধৰ্মীয়, সুগম সংগীত আদি এইচ এম ভিৰ দ্বাৰা ৰেকৰ্ড কৰা হয়৷
# প্ৰায় ৪৫টা বিভিন্ন কেছেটযোগে ৩৫০টাতকৈও অধিক গীত প্ৰচাৰ৷<ref name=dainik></ref>
 
 
Line 30 ⟶ 52:
 
==বৰ্হি সংযোগ==
* http://onlinesivasagar.com/music/khagen-mahanta.html
* http://www.rupaliparda.com/english/who's-who/khagenmahanta.htm
* http://www.vedanti.com/Legends/khagen_mahanta.htm
 
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]]