শিৱসাগৰ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Image changed
1 নং শাৰী:
<!-- See [[Wikipedia:WikiProject Indian cities]] for details -->
{{About|শিৱসাগৰ জিলাখন|একে নামৰ নগৰ|শিৱসাগৰ}}
{{Infobox Indian jurisdictionsettlement
| native_name name= শিৱসাগৰ জিলা
|settlement_type=[[অসমৰ জিলা|জিলা]]
|former_name = ৰংপুৰ
| nickname image_skyline = Sivasagar.jpg
| other_name image_size =
|image_caption = (ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত) [[শিৱসাগৰৰ শিৱদৌল]], শৰাগুৰি চাপৰিৰ [[আজানপীৰৰ দৰগাহ]], গড়গাঁওৰ [[কাৰেংঘৰ]], [[ৰংঘৰ]], আৰু নিশাৰ শিৱসাগৰ পুখুৰী
|type = জিলা
|image_map skyline = Assam Sibsagar locator map = Rang Ghar SibsagarAssamese.jpg svg
|map_caption = শিৱসাগৰ জিলাৰ অৱস্থান
| skyline_caption = ৰংঘৰ
|subdivision_type = দেশ
| locator_map={{Location map|India|float=none|label=Guwahati|lat=26.13°|long=91.77°|position=left}}
|subdivision_name = {{flag|ভাৰত}}
| latd = 26.98 | longd = 94.63
|subdivision_type1 = [[ৰাজ্য]]
| state_name = অসম
|subdivision_name1 = [[অসম]]
| district = [[শিবসাগৰ জিলা|শিবসাগৰ ]]
|subdivision_type2 = সদৰ
| region = [[উজনি অসম]]
|subdivision_name2 = [[শিৱসাগৰ]]
| leader_title_1 = [[উপায়ুক্ত]]
| leader_name_1 leader_title =
| leader_title_2 leader_name =
|established_title =
| leader_name_2 =
| altitude established_date = 55
| climate area_magnitude = AC
| population_as_of area_total_km2 = 20092668
| population_rank area_land_km2 = 44
| population_total area_water_km2 = 2508021
|population_as_of = 2009
| population_metro =
|population_note =
| population_metro_as_of = 2010
|population_total = 2508021
| population_metro_cite =
| population_metro =
| population_metro_rank = 44
|population_density_km2 = 940
| area_magnitude =
|timezone =[[গ্ৰী.মা.স. +৫.৩০|ভাৰতীয় মান সময়]]
| area_total = 2668
|utc_offset area_total_cite = OnlineSivasagar.com+5:30
| area_telephone timezone_DST = ০৩৭৭২
| postal_code utc_offset_DST =
|latd=|latm=|lats=|latNS=N
| vehicle_code_range =
|longd=|longm= |longs=|longEW=W
| unlocode =
| website elevation_m = OnlineSivasagar.com
|blank_name website_caption = Travelmasti =
| state_nameblank_info = অসম
| inset_map_marker = yes
|website = [http://www.sivasagar.nic.in/ sivasagar.nic.in]
| leader_name_2footnotes =
}}
'''শিৱসাগৰ''' (ইংৰাজী:Sivasagar) [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ এখন [[অসমৰ জিলা|প্ৰশাসনিক জিলা]]৷ ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে।
==শিৱসাগৰ নামৰ উৎপত্তি==
 
'''শিৱসাগৰ জিলা''' (ইংৰাজী:{{Lang-en|Sivasagar}}) [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ এখন [[অসমৰ জিলা|প্ৰশাসনিক জিলা]]৷ ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া [[আহোম ৰাজ্য|আহোম ৰাজবংশৰ]] বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে।
স্বৰ্গদেও ৰুদ্ৰসিংহৰ মৃত্যুৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। [[ফুলেশ্বৰী কুঁৱৰী]] কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। কিন্তু এনেহেন প্ৰতাপী ৰাণীৰো প্ৰতাপ এদিন শেষ হ'ল। প্ৰসৱ বেদনাত জৰ্জৰিত হৈ ফুলেশ্বৰী কুঁৱৰী ঢুকাই থাকিল। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।<ref>{{cite book | title=বেলি মাৰ গ'ল | publisher=বনলতা | author=লীলা গগৈ | authorlink=শিৱস্ংহ আৰু বৰৰজা ফুলেশ্বৰী; কৃষ্ণৰাম ভট্টাচাৰ্য্য, পৰ্বতীয়া গোসাঁই | year=২০০৭ চন | location=ডিব্ৰুগড়}}</ref> আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।
 
==শিৱসাগৰ নামৰ উৎপত্তি==
স্বৰ্গদেও ৰুদ্ৰসিংহৰ[[ৰুদ্ৰসিংহ]]ৰ মৃত্যুৰ শিৱসিংহ ৰাজসিংহাসনত বহে। সিংহাসনত বহি চাৰি গৰাকী কুঁৱৰী থকাৰ পিছতো স্বৰ্গদেও শিৱসিংহই চিনাতলীয়া নটৰ জীয়েক ফুলমতী বা ফুলেশ্বৰীক পৰ্বতীয়া কুঁৱৰী কৰি আনে। ৰজাৰ কুঁৱৰী হৈ ফুলমতীয়ে নাম ললে প্ৰমথেশ্বৰী। [[ফুলেশ্বৰী কুঁৱৰী]] কেৱল সুন্দৰীয়ে নাছিল, আছিল অতিকৈ বুদ্ধিমতী আৰু উচ্চাভিলাষী। ৰাজ্যাভিষেক হোৱাৰ ছমাহ নৌহওঁতে 'ছত্ৰভঙ্গ যোগ' পৰাৰ চেলু উলিয়াই স্বৰ্গদেওক ৰাজকাৰ্যৰ পৰা অব্যাহতি দিয়ালে আৰু সোণ-ৰূপৰ মোহৰ মৰাই নিজে বৰৰজা হ'ল। কিন্তু এনেহেন প্ৰতাপী ৰাণীৰো প্ৰতাপ এদিন শেষ হ'ল। প্ৰসৱ বেদনাত জৰ্জৰিত হৈ ফুলেশ্বৰী কুঁৱৰী ঢুকাই থাকিল। ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰে ভনীয়েক দ্ৰৌপদীক স্বৰ্গদেৱে বিয়া কৰায়। ৰাণী হৈ দ্ৰৌপদীয়ে অম্বিকা নাম ল'লে। এইবাৰ বৰৰজা হ'ল অম্বিকা। বৰৰজা হৈ অম্বিকাই স্বামী শিৱসিংহৰ নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ কৰায়। এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী।<ref>{{cite book | title=বেলি মাৰ গ'ল | publisher=বনলতা | author=লীলা গগৈ | authorlink=শিৱস্ংহ আৰু বৰৰজা ফুলেশ্বৰী; কৃষ্ণৰাম ভট্টাচাৰ্য্য, পৰ্বতীয়া গোসাঁই | year=২০০৭ চন | location=ডিব্ৰুগড়}}</ref> আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।
 
==ইতিহাস==
{{empty section|2}}
 
==অৰ্থনৈতিক গুৰুত্ব==
শিৱসাগৰৰ অৰ্থনীতি প্ৰধানকৈ তেল গেছ চাহ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷নিৰ্ভৰশীল৷
 
শিৱসাগৰৰ অৰ্থনীতি প্ৰধানকৈ তেল গেছ চাহ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷
 
==ভৌগলিক বিৱৰণ==
Line 88 ⟶ 89:
শিৱসাগৰ জিলাৰ মুঠ পৌৰ নগৰ ৬ খন<br>
::[[শিৱসাগৰ]]
::[[শিমলুগুৰি, শিৱসাগৰ|শিমলুগুৰি]]
::[[আমগুৰি]]
::[[নাজিৰা]]