কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

New page: কীৰ্তন-ঘোষা : আজিৰ পৰা প্ৰায় 500 বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদে...
 
No edit summary
1 নং শাৰী:
কীৰ্তন-ঘোষা :
আজিৰ পৰা প্ৰায় 500 বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে 'এক
 
আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ [[শ্ৰীশ্ৰীশঙ্কৰদেৱে]] 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে সৃষ্টি কৰা সমগ্ৰ ৰচনাসমূহৰ ভিতৰত 'কীৰ্তন-ঘোষা' অন্যতম৷ প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল৷ কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল৷ শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য [[শ্ৰীশ্ৰীমাধৱদেৱে]] তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন-ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে৷ সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে নানা ঠাই ফুৰি নানা কষ্ট কৰি কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে৷
শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে সৃষ্টি কৰা সমগ্ৰ ৰচনাসমূহৰ ভিতৰত
 
কীৰ্তন-ঘোষা 29২৯ টা স্বয়ং সম্পূৰ্ণ খণ্ডৰ সমষ্টি৷ সেইবোৰ হ'ল ক্ৰমে :
'কীৰ্তন-ঘোষা' অন্যতম৷ প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন
:চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা,
 
চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা, :নামাপৰাধ বৰ্ণনা, পাষণ্ড মৰ্দন, ধ্যান-বৰ্ণনা,
ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা
:ধ্যান-বৰ্ণনা,
 
:অজামিল উপাখ্যান,
কৰিছিল৷ কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন
:প্ৰহ্লাদ চৰিত্ৰ,
 
অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত্ৰ, :গজেন্দ্ৰোপাখ্যান, হৰমোহন, বলিছলন,
ঠাইত ৰচনা কৰিছিল৷ শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য
 
শ্ৰীশ্ৰীমাধৱদেৱে তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন-ঘোষা'ৰ বিভিন্ন
 
অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে৷ সেই উপদেশ
 
অনুসৰি ৰামচৰণ ঠাকুৰে নানা ঠাই ফুৰি নানা কষ্ট কৰি কীৰ্তনৰ অন্তৰ্গত
 
খণ্ডসমূহ সংগ্ৰহ কৰি 1596 খৃঃত মাধৱদেৱৰ হাতত দিয়ে৷
কীৰ্তন-ঘোষা 29 টা স্বয়ং সম্পূৰ্ণ খণ্ডৰ সমষ্টি৷ সেইবোৰ হ'ল ক্ৰমে :
চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা, নামাপৰাধ বৰ্ণনা, পাষণ্ড মৰ্দন, ধ্যান-বৰ্ণনা,
 
অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত্ৰ, গজেন্দ্ৰোপাখ্যান, হৰমোহন, বলিছলন,
 
শিশুলীলা, ৰাসক্ৰীড়া, কংসবধ, গোপী-উদ্ধৱ সংবাদ, কুঁজীৰ বাঞ্চা পূৰণ,
Line 65 ⟶ 53:
 
লগতে সাহিত্যৰ নৱ ৰসৰ সমাবেশ ঘটিছে৷
কীৰ্তন-ঘোষা শ্ৰীশ্ৰীশঙ্কৰদেৱৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিৰ্দেশন৷ ই অসমীয়া
কীৰ্তন-ঘোষা [[শ্ৰীশ্ৰীশঙ্কৰদেৱ]]ৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিৰ্দেশন৷ ই অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰো কীৰ্তিস্তম্ভ৷ অসমৰ প্ৰতিজন ল'ৰা ডেকা বুঢ়া মানুহৰ মুখে মুখে ইয়াৰ পদ, ঘোষা অবিৰামভাৱে চলি থাকে৷ আনহতে ইয়াৰ প্ৰসঙ্গে ভকত বৈষ্ণৱৰ মনত ভক্তি ভাৱত আপ্লুত কৰি তোলে৷
 
নৱবৈষ্ণৱ ধৰ্মৰো কীৰ্তিস্তম্ভ৷ অসমৰ প্ৰতিজন ল'ৰা ডেকা বুঢ়া মানুহৰ মুখে
 
মুখে ইয়াৰ পদ, ঘোষা অবিৰামভাৱে চলি থাকে৷ আনহতে ইয়াৰ প্ৰসঙ্গে
 
ভকত বৈষ্ণৱৰ মনত ভক্তি ভাৱত আপ্লুত কৰি তোলে৷