স্বাগতম!Sangeeta

ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্ৰশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০৫:১০, ৩ জুন ২০০৯ (UTC)


Welcome to Assamese wikipedia. There are very few contributors here at the moment. Please contribute by writing articles here. Please feel free to contact me if you need any help. Thank you.--Eukesh ১৩:৫৪, ২৮ April ২০০৭ (UTC)

I am very sorry that I could not be there to support you on the admin request. I was having my semester exams and had to be away for a while. About the vowel placement, its due to rendering problem. Its a problem of your computer and not of the website. You can download some Assamese or Bangla unicode fonts and save them in your font folder in windows. That will correct the problem. In future if you have any problems or need help with anything, please feel free to ask me at my Nepal Bhasa page here or you can mail me at eukeshranjit at yahoo dot com . Also, thanks for the recent improvements and cogratulations on crossing 100 articles mark. Thank you.--Eukesh ১৭:৩৯, ১১ May ২০০৭ (UTC)

I think that an admin can change all the templates. Which protected templates are you talking about?--Eukesh ১৮:০৩, ১২ May ২০০৭ (UTC)
 

THANKYOU VERY MUCH Sangeeta for the excllent translation effort!

I am very Grateful.

MAY YOU PROSPER!

I will try and persuade other Wikipedians to support your Administrator Application.

Yours Gratefully, From --Jose77 ০৮:৫০, ১৩ May ২০০৭ (UTC)

Congratulations on receiving the admin access. You can now have access to all the templates. Also, please support Priyankoo's request for adminship here by clicking on the digital signature (the button with "your signature and timestamp") or by turning off the check box to type in Assamese and putting # and ~~~~ in the support column. Thank you.--Eukesh ১৬:৫৯, ১৫ May ২০০৭ (UTC)

Congratulations Sangeeta!

You are now an administrator of Assamese Wikipedia.

To translate the "Interface System Messages", go Here. --Jose77 ০১:৩৪, ১৪ May ২০০৭ (UTC)

Thanks for your support!

Priyankoo ০৪:০৮, ১৮ May ২০০৭ (UTC)

I am sorry about the mistakes. However, I dont have much knowledge of the 'ৰ' and'ৰ' or'ৱা' and 'ব'. Is it like we dont use ৰ in Assamese? Please help me out!

Also, I am using the phonetic transliterator (which might be the reason why I am getting it all wrong!) that I had installed here. Is it helpful or do you need some modifications with it? Thanks.--Eukesh ১৭:১১, ১৮ May ২০০৭ (UTC)

You can place the "If you are not able to view Assamese properly, please click here." part in Mediawiki:Sitenotice to display it in all pages. Have a look at Hindi sitenotice if you need help. Thanks.--Eukesh ১৭:১৪, ১৮ May ২০০৭ (UTC)
I have changed the input of wa and ra to ৱ and ৰ respectively. Are they correct for Assamese now? --Eukesh ১৮:২৯, ১৮ May ২০০৭ (UTC)

কৰেন্ট ইভেন্টস্ সম্বন্ধিত সম্পাদনা কৰক

কৰেন্ট ইভেন্ট্স মে আপ আসামীজ মে লিখ সকতে হে। লেখৌং কী সংখ্যা ১০০, ৫০০, ১০০০, ৫০০০, ১০,০০০ আদি কো প্ৰমুখ মাইলস্টোন কে ৰৃপ মে লিযা জাতা হে। এক ঔৰ বাত, আসামীজ ঔৰ বাংলা ভাষা মে কিতনা "সিমিল্যাৰিটী" হে? অগৰ জ্যাদা সিমিলৰ হে তো হম বাংলা কে লেখৌং কো যহাঁ "ইম্পোৰৃট" কৰকে উন মে কাম কৰ সকতে হে। ধন্যৱাদ।--Eukesh ১৬:১৬, ২১ May ২০০৭ (UTC)

The template thing is simple, for every red template you see, simply copy the tepmlate from English page! Thanks for asking.--Eukesh ০২:৪৪, ২২ May ২০০৭ (UTC)

বিহু প্ৰৱন্ধৰ লগত দিয়া ফটো খনৰ তলৰ বাক্যশাৰী ভুল হৈছে ৷ একো বুজিব পৰা নাই ৷ হইটো হ'ব লাগিছিল 'পেঁপাৰ সৈতে বিহুৱা'৷ ভাৱি চাবচোন৷ ধন্যবাদ (Anjal Borah ০৬:১৯, ২৬ May ২০০৭ (UTC))


Its good that you changed the css to increase the font size. Also, the community is expanding. I hope that Assamese wikipedia can now contain a good encyclopedia. Btw, I would like to run a bot to create year articles, date article and articles about the places of Nepal and India. I need some help with that. Is it fine with you people? Thanks.--Eukesh ০৯:১৪, ২৬ May ২০০৭ (UTC)

লোগো ট্ৰান্স্লেসন সম্পাদনা কৰক

Please visit Wikipedia:Village Pump to express your opinion. Thanks.--Eukesh ০৯:৩৮, ২৬ May ২০০৭ (UTC)

১, ব্ৰহ্মপুত্ৰ নদীৰ লগত দিয়া তিন নম্বৰ ফটো খনৰ তলৰ বাক্যশাৰী বুজি পোৱা নাই | 'ব্ৰহ্মপুত্ৰৰ বুকুত এজন নাৱৰীয়া' এনে হ'লে ভাল আছিল নেকি | ভাবি ছাবছোন| (Anjal Borah ০২:৩৩, ২৯ May ২০০৭ (UTC))


২, অসমৰ সমস্যা লিখোতে মই "সম্পাদনা" সুবিধাটো ভুলতে কাটি দিলো| অনুগ্ৰহ কৰি শুদ্ধ কৰি দিব| (Anjal Borah ০৩:০৬, ২৯ May ২০০৭ (UTC))


অসমৰ সুপ্ৰসিদ্ধ মানুহ শিতানৰ অন্তৰ্গত 'কবি' শিতানটো কেৱল 'কবি' হিচাপে নাৰাখি 'সাহিত্যিক' হিচাপে ৰাখিলে ভাল৷ কাৰণ তাত উল্লেখ কৰা ব্যক্তি কেইজন কেৱল কবিয়েই নহয়৷ তেওঁলোকৰ অসমীয়া সাহিত্যৰ সকলো দিশতে অৱদান আছে৷ লিখোতাও সকলো দিশ সামৰি লিখিব পাৰিব৷ তাৰ ভিতৰত মই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকো অন্তৰ্ভূক্ত কৰিছোঁ৷ কাৰণ বেজবৰুৱাক বাদ দি অসমৰ সাহিত্যৰ কথা আলোচনা কৰিবই নোৱৰি৷ অনুৰোধ বেজবৰুৱাৰ নামটো যেন শীৰ্ষ স্থানত ৰাখে৷ মই বেজবৰুৱাৰ বিষয়ে লিখাৰ কথা ভাবিছোঁ৷ ধন্যবাদ (Anjal Borah ০৯:১০, ২৯ May ২০০৭ (UTC))

অসমৰ সুপ্ৰসিদ্ধ মানুহ শিতানত "মানুহ" শব্দটো ভুল কৰি লিখা আছে| শুদ্ধ কৰিব মই নোৱাৰিলো | শুদ্ধ কৰি দিব| ধন্যবাদ (Anjal Borah ০৭:৩০, ৩০ May ২০০৭ (UTC))

'অসমীয়া ভাষা আৰু লিপি' শিতানত অনুবাদ কৰিবলৈ যি দিয়া আছে তাক অনুবাদ কৰোতে কিছু সমস্যা হৈছে৷ উদাহৰণ স্বৰুপে Phonetics শিতানত দিয়া কথা খিনি www.iitg.ernet.in/rcilts/asamiya.htm Asamiya ৱেবছাইডৰ পৰা লোৱা হৈছে যদিও তাৰ ভাগৰ লগত মিলা নাই৷ কাৰণ অসমীয়া ধ্বনিতত্বৰ ভাগ বিভাগ কৰোতে কিছু মতভেদ আছে৷ গতিকে মই ধ্বনিতত্বৰ অংশটো মই 'অসমীয়া ভাষা আৰু লিপি' 'ধ্বনিতত্ব' নাম দি বেলেগকৈ কৰিছোঁ৷ লগতে প্ৰথম অংশত মাজে মাজে যথেষ্ট বাংলা অনুবাদ আছে লগতে লিংক কৰি ৰখা অংশবোৰ সলনি কৰিব নোৱাৰিনেকি জনাব৷ (Anjal Borah ০৫:২২, ১ June ২০০৭ (UTC))

ধন্যবাদ| কিন্তু কাইলৈৰ পৰা মই অলপ ব্যস্ত

Priyankoo ০৭:১১, ১ জুন ২০০৭ (UTC)

Its good that you have things listed up according to priority. Well, I think its good idea to first fully venture wikipedia before running bots. I hope that there is a good community here very soon. Thanks.--Eukesh ১৭:০৫, ২ জুন ২০০৭ (UTC)

Spacebirdy has created a logo for Assamese wikipedia  . If you think that it is good, protect it. We can request for the change of logo after that. Thanks.--Eukesh ১৯:৪৩, ৫ জুন ২০০৭ (UTC)

অসমীয়া ৱিকিপেদিয়াৰ কাৰণে আপোনাৰ অৱদান সঁচাকৈয়ে অতুলনীয়। মই বেংগলুৰুত কাম কৰি থকা এজন অসমীয়া ছফ্টৱেৰ ইঞ্জিনিয়াৰ। যোৱা ৪ মাহ মানৰ পৰা মই মোৰ প্ৰজেক্টৰ কামত ব্যস্ত হৈ আছোঁ আৰু সেইকাৰণে ৱিকিপেদিয়াৰ বাবে সময় উলিয়াব পৰা নাই। আপুনি কৰা কামবোৰে মোক কিছুপৰিমাণে হ'লেও অৱহেলাৰ দোষৰ পৰা মুক্ত কৰিছে। অনুগ্ৰহ কৰি মোৰ তলৰ কথাখিনি বিবেচনা কৰে যেন -

১) প্ৰবন্ধবোৰত বঙালী "ৰ" দাখিবলৈ পোৱা গৈছে। সভ্যসকল সেইবিষয়ে সচেতন হোৱা উচিত। ২) বহুতো প্ৰবন্ধত অসমীয়া বাক্যগাঁথনি আৰু বানানৰ ভুল দেখিবলৈ পোৱা গৈছে। অসমীয়া ভাষাত লিখিবলৈ সভ্যসকলে অভিধানৰ আৰু প্ৰয়োজন হ'লে ব্যাকৰণৰ সহায় লোৱাতো প্ৰয়োজনীয়।

Samuzzal ০৫:২৫, ১৫ জুন ২০০৭ (UTC)

Hi. I am writing to let you know that there are two other Assamese projects that have been languishing for some time and are now being considered for closure:

If you wish to comment on their closure, feel free to go to those links. Also, if you know of other editors that might be interested, let them know as well.

If someone is interested in keeping either or both of these projects open, that also means they will need to make a commitment to actually work on expanding the project and keeping it spam-free. --A. B. ২২:১৯, ৮ আগষ্ট ২০০৭ (UTC)

Are you Admin of Assamese Wikipedia ?? Anjal Borah ১২:২০, ১২ চেপ্তেম্বৰ ২০০৮ (UTC)

Requesting priority participation সম্পাদনা কৰক

Hello, I am mr:user: mahitgar from Marathi language wikipedia, and I am currently engaged on a strategy:Task force/India Task Force for the Wikimedia Foundation in their strategic planning process.As you know Wikimedia is currently gearing up for a year-long strategy and business planning process, which will be open and collaborative. As part of this process, we are looking to gather insights from people from multiple perspectives on Wikimedia’s potential path forward.


We thought you might be a great resource to speak to regarding your language wikipedia . and currently we are discussing strategy:Talk:Emerging strategic priorities/ESP 1 key questions ,You can find our emerging fact base at strategy.wikipedia.org, and we would love for you to add your insights.

Thanks and Regards Mahitgar ১৩:৪৭, ২ নভেম্বৰ ২০০৯ (UTC)

Hi. I am Vaibhav Jain. I have contact you to inform you that we have open a new Sanskrit Wikipedia Embassy and need users who can help new users in languages other than Sanskrit. It will not take much of your time. Please inform me on my English userpage if you are interested. Vibhijain ১১:৩০, ২৫ এপ্ৰিল ২০১১ (UTC)

Hello! Would it be possible to translate in Assamese this article about this important Indian Assamese journalist (preserving references)? [1] Thanks for all! Amiens984 ২১:৫৯, ৭ জুলাই ২০১১ (UTC)

প্ৰশাসকৰ নিষ্ক্ৰিয়তা সম্পাদনা কৰক

সন্মান সহকাৰে আপোনাক জনোৱা হ'ল যে যোৱা এবছৰতকৈও অধিক সময় আপুনি অসমীয়া ৱিকিপিডিয়াত নিষ্ক্ৰিয় হৈ থকা বাবে আপোনাৰ এই পদৰ পৰা অব্যাহতি দিবলৈ ৰাইজৰ চ'ৰাত প্ৰস্তাৱ উত্থাপন কৰা হৈছে আৰু সদস্যসকলে তাত সঁহাৰি জনাইছে। এই বাৰ্তা পঠিওৱাৰ এমাহৰ পিছত আপোনাক প্ৰশাসকৰ পদৰ পৰা অব্যাহতি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। আপুনি পুনৰ ৱিকিপিডিয়ালৈ ঘূৰি আহিলে কোনো আলোচনা নকৰাকৈ আপোনাক প্ৰশাসক পদ অৰ্পণ কৰা হ'ব।

ধন্যবাদেৰে — গীতাৰ্থ বৰদলৈ (talk) 15:53, 5 আগষ্ট 2012 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Sangeeta,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক