কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
 
শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ড<sup>০</sup> [[মহেশ্বৰ নেওগ]]দেৱে শংকৰী সাহিত্যৰ এটি কালানুপাত বিভাজন কৰিছে<ref>{{cite book | title=অসমীয়া সাহিত্যৰ ৰূপ ৰেখা | publisher=চন্দ্ৰপ্ৰকাশ | author=ড: মহেশ্বৰ নেওগ | year=১৯৭০ | pages=৮৭}}</ref>। তেখেতৰ মতে খণ্ডবোৰৰ ৰচনাকাল এনেধৰণৰ-
# আদি বা [[বাৰভূঞা ৰাজ্য]]ত কটোৱা কাল (১৪৩৮ শকলৈকে): এই সময়ত শঙ্কৰদেৱে [[হৰমোহন]], [[অজামিল উপাখ্যান]], [[প্ৰহ্লাদ চৰিত]], [[বলিছলন]] আদি ৰচনা কৰে।
# মধ্য বা [[অসম]] ৰাজ্যত কটোৱা কাল (১৪৩৮ৰ পৰা ১৪৬৫ শকলৈকে): এই সময়ছোৱাত শঙ্কৰদেৱে [[পাষণ্ড মৰ্দন]], [[নাম-অপৰাধ]], [[শিশুলীলা]] আদি খণ্ড ৰচনা কৰে।
# শেষ বা [[কোচ ৰাজ্য]]ত কটোৱা কাল (১৪৬৫ৰ পৰা ১৪৯০ শক): এই সময়ত [[জৰাসন্ধ বধ]], [[কালযবন বধ]], [[স্যামন্তক হৰণ]] আদি ৰচনা কৰে।
 
==অধ্যায়সমূহ==