অৰুণাচল প্ৰদেশৰ জিলাসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

map added
→‎ইতিহাস: অনুবাদ
3 নং শাৰী:
 
==ইতিহাস==
১৯৬৫ চনৰ ১ ডিচেম্বৰ তাৰিখে সেইসময়ৰ নেফা (''North-East Frontier Agency'')-ক পাঁচখন জিলাত ভাগ কৰা হৈছিল। সেইকেইখন আছিল: [[কামেং জিলা]], [[সোৱনশিৰি জিলা]], [[ছিয়াং জিলা]], [[লোহিত জিলা]], আৰু [[তিৰাপ জিলা]]।
On December 1, 1965 the erstwhile [[North-East Frontier Agency]] was divided in to five districts: [[Kameng district]], [[Subansiri district]], [[Siang district]], [[Lohit district]] and [[Tirap district]].
 
১৯৮০ চনৰ ১৩ মে’ত সোৱনশিৰি জিলা দুভগত বিভক্ত হয়: [[নামনি সোৱনশিৰি জিলা]] আৰু [[উজনি সোৱনশিৰি জিলা]]। সেইসময়ৰ সোৱনশিৰি জিলাৰ দাপৰিজো মহকুমাক লৈ উজনি সোৱনশিৰি জিলা গঠিত হয় আৰু বাকীঅংশৰে গঠন হয় নামনি সোৱনশিৰি জিলা।
On May 13, 1980, Subansiri district was bifurcated into two districts: Lower Subansiri district and Upper Subansiri district. Upper Subansiri district comprised the area occupied by the erstwhile Daporijo sub-division and Lower Subansiri district comprised the rest of the area occupied by the erstwhile Subansiri district.
On June 1, 1980 the erstwhile Lohit district was divided into two districts: Lohit district and Dibang Valley district. On the same day, Siang district was bifurcated in to two districts: East Siang district and West Siang district and Sepla and Bomdila sub-divisions of the Kameng district were transformed in to East Kameng district and West Kameng district respectively.
 
১৯৮০ চনৰে ১ জুনত লোহিত জিলাক দুভগত বিভক্ত কৰা হয়: লোহিত জিলা আৰু [[দিবাং উপত্যকা জিলা]]। একেদিনাখনেই ছিয়াং জিলাকো দুভাগত ভাগ কৰা হয়: [[পূব ছিয়াং জিলা]] আৰু [[পশ্চিম ছিয়াং জিলা]]। লগতে কামেং জিলাৰ চেপ্লা আৰু ব’মডিলা মহকুমাক লৈ ক্ৰমে [[পূব কামেং জিলা]] আৰু [[পশ্চিম কামেং জিলা]]ৰ গঠন কৰা হয়।
On October 6, 1984 Tawang district was separated from East Kameng district. In 1987, the ersthwile Tirap district was divided in to two districts: Tirap district and Changlang district. On September 22, 1992 the erstwhile Lower Subansiri district was again bufurcated in to Lower Subansiri district and Papum Pare district. In June, 2000 Kurung Kumey district was carved out from the erstwhile Lower Subansiri district. On December 16, 2001 Dibang Valley district was bifurcated in to Upper Dibang Valley district and Lower Dibang Valley district. On February 16, 2004 Anjaw district was carved out from the erstwhile Lohit district.
 
১৮৮৪ চনৰ ৬ অক্টোবৰত পূব কামেং জিলাৰ পৰা [[টাৱাং জিলা]] পৃথক হৈ যায়। ১৯৮৭ চনত সেই সময়ৰ তিৰাপ জিলাক দুভাগত ভাগ কৰি বৰ্তমনৰ তিৰাপ জিলা আৰু [[চাংলাং জিলা]]ৰ গঠন কৰা হয়। ১৯৯২ চনৰ ২২ চেপ্টেম্বৰত সেইসময়ৰ নামনি সোৱনশিৰি জিলাক পুনৰ দুভাগত ভাগ কৰি নামনি সোৱনশিৰি জিলা আৰু [[পাপুমপাৰে জিলা]]ৰ গঠন কৰা হয়। ২০০০ চনৰ জুন মাহত নামনি সোৱনশিৰি জিলাৰ পৰা পুনৰ এখন নতুন জিলা [[কুৰুং কুমেই জিলা|কুৰুং কুমেই]]ৰ গঠন কৰা হয়। ২০০১ চনৰ ১৬ ডিচৰম্বৰত দিবাং উপত্যকা জিলাৰ অংশৰ পৰা [[নামনি দিবাং উপত্যকা জিলা]]ৰ গঠন কৰা হয়। ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে লোহিত জিলাৰ একাংশৰ পৰা [[অনজৌ জিলা]]ৰ গঠন কৰা হয়।
 
==প্ৰশাসন==