কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
 
নামৰ খণ্ড দুটা ক্ৰমে ৰত্নাকৰ কন্দলি আৰু শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত৷
কীৰ্তন-ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত৷ প্ৰথমে ভগৱানৰ
কীৰ্তন-ঘোষা খণ্ডবিলাকৰ ক্ৰম সুপৰিকল্পিত৷ প্ৰথমে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে৷ তাৰ পিছত পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে৷ ধ্যান বৰ্ণনাত ভগৱানৰ সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে৷ নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ লাভ কৰে তাৰ আভাষ দিছে অজামিলোপাখ্যানত৷ 'ভকতৰ ভয় আছে কৈত' ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত৷ সংকট কালত যে হৰি নামেই একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত৷ বলিছলনত অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে৷ ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা কৰিছে৷
 
চতুৰ্বিংশতি অৱতাৰ বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে৷ তাৰ পিছত
হিন্দুৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত কাৰণে সেইবিলাক সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে ভাগৱত, পদ্মপুৰাণ, বামন পুৰাণ আৰু অন্যান্য পুৰাণ উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ কৰি এই মুল্যবান গ্ৰন্থসমূহ ৰচনা কৰিছিল৷ 'কীৰ্তন-ঘোষা'ত পদ, দুলড়ী,ছবি, লেছাৰী, আদি অসমীয়া অনেক ছন্দ অলংকাৰৰ সমাবেশ ঘটিছে৷ ইয়াৰ লগতে সাহিত্যৰ নৱ ৰসৰ সমাবেশ ঘটিছে৷
 
পাষণ্ড মৰ্দনৰ জৰিয়তে বিপক্ষবাদীৰ বিষ নমাইছে৷ ধ্যান বৰ্ণনাত ভগৱানৰ
 
সৌম্য-শান্ত মূৰ্তিৰ বৰ্ণনা দিছে৷ নাম কীৰ্তনৰ গুণত যে মহাপাতকী উদ্ধাৰ
 
লাভ কৰে তাৰ আভাষ দিছে অজামিলোপাখ্যানত৷ 'ভকতৰ ভয় আছে কৈত'
 
ইয়াক দেখুৱাইছে প্ৰহ্লাদ চৰিত নামৰ খণ্ডত৷ সংকট কালত যে হৰি নামেই
 
একমাত্ৰ পৰিত্ৰাণৰ উপায় তাক দেখুৱাইছে গজেন্দ্ৰোপাখ্যানত৷ বলিছলনত
 
অহংকাৰি বলিৰ দৰ্প চূৰ্ণ কৰিছে৷ ইয়াৰ পিছত শিশু লীলৰ পৰা শ্ৰীকৃষ্ণৰ
 
বৈকুণ্ঠ প্ৰয়াণলৈ এই খণ্ড কেইটাত শ্ৰীকৃষ্ণৰ জীৱনৰ নানান মাহাত্মা বৰ্ণনা
 
কৰিছে৷
হিন্দুৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত কাৰণে সেইবিলাক
 
সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে ভাগৱত,
 
পদ্মপুৰাণ, বামন পুৰাণ আৰু অন্যান্য পুৰাণ উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ
 
কৰি এই মুল্যবান গ্ৰন্থসমূহ ৰচনা কৰিছিল৷ 'কীৰ্তন-ঘোষা'ত পদ, দুলড়ী,
 
ছবি, লেছাৰী, আদি অসমীয়া অনেক ছন্দ অলংকাৰৰ সমাবেশ ঘটিছে৷ ইয়াৰ
 
লগতে সাহিত্যৰ নৱ ৰসৰ সমাবেশ ঘটিছে৷
কীৰ্তন-ঘোষা [[শ্ৰীশ্ৰীশঙ্কৰদেৱ]]ৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিৰ্দেশন৷ ই অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰো কীৰ্তিস্তম্ভ৷ অসমৰ প্ৰতিজন ল'ৰা ডেকা বুঢ়া মানুহৰ মুখে মুখে ইয়াৰ পদ, ঘোষা অবিৰামভাৱে চলি থাকে৷ আনহতে ইয়াৰ প্ৰসঙ্গে ভকত বৈষ্ণৱৰ মনত ভক্তি ভাৱত আপ্লুত কৰি তোলে৷