আমাৰ অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
| caption =
| type = [[দৈনিক বাতৰিকাকত]]
| format = [[:en:Broadsheet|ডাঙৰ পৃষ্ঠা]]
| foundation = ২১ এপ্ৰিল ১৯৯৭
| ceased publication =
22 নং শাৰী:
| website = http://amarasom.glpublications.in/
}}
'''আমাৰ অসম''' ({{lang-en|Amar Asom}} অথবা Aamar Asom) হৈছে এখন [[অসমীয়া ভাষা]]ৰ দৈনিক [[বাতৰি কাকত]]। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্যন লিমিটেড (''G. L. Publications Ltd.'')। ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা<ref name="assamjournal">[http://www.assamjournal.com/2011/04/amar-asom-internet-edition-online-daily.html Amar Asom Internet Edition - Online Daily Assamese Newspaper or e-Paper] at assamjournal.com</ref> এই বাতৰি কাকতখন সমসাময়িকভাৱে [[গুৱাহাটী]], [[যোৰহাট]] আৰু [[উত্তৰ লখিমপুৰ]]ৰ পৰা প্ৰকাশ পাই আহিছে। [[নতুন দিল্লী]], [[কলকাতা]], [[শ্বিলং]] আৰু যোৰহাটত ইয়াৰ শাখা কাৰ্যালয় আছে<ref name="assamjournal"/>|
 
==সমল==
এই কাকতখনে অসমক[[অসম]]ক কেন্দ্ৰ কৰি সমগ্ৰ [[উত্তৰ পূব ভাৰত]]ৰ বিষয়ে লগতে কিছু পৰিমানে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে| এই কাকতখনে [[ইণ্টাৰনেট]] সংস্কৰণো মুকলি কৰিছে| <!--The current circulation of the paper is 70,474-->
 
কাকতখনত সাধাৰনতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে<ref name="assamjournal"/>, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়| পৃষ্ঠাসমূহ সাধাৰনতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে<ref name="assamjournal"/>|
"https://as.wikipedia.org/wiki/আমাৰ_অসম"ৰ পৰা অনা হৈছে