চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Link to En wiki
No edit summary
34 নং শাৰী:
| website =
}}
''' চন্দ্ৰশেখৰ ভেঙ্কটৰমণ '''({{lang-en| Chandra Sekhar Venkotromon}})(১৮৮৮-১৯৭০)এগৰাকী বিশিষ্টভাৰতীয় বিজ্ঞানী আছিল। ভাৰতলৈ[[ভাৰত]]লৈ [[ন'বেল বঁটাৰবঁটা]]ৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত চাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আছিল। [[এচিয়া]]ৰ ভিতৰতে ১৯৩০ চনত [[বিজ্ঞান]] বিষয়ত ন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেঙ্কটৰমণ আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] চৰকাৰে ১৯৫৪ চনত [[ভাৰত- ৰত্ন]] উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি [[পেৰিচ]], [[ৰুছিয়াৰাছিয়া]] হাঙ্গেৰীৰ অকাডেমী অব্ চায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও [[ইউৰোপ]] আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬, ১৭,১৮,১৯}}</ref>
 
 
==জন্ম আৰু শিক্ষা==
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ জন্ম হয় ১৮৮৮ চনৰ ৭ নবেম্বৰতনৱেম্বৰত, চেন্নাইৰ[[চেন্নাই]]ৰ (মাদ্ৰাজ, [[তামিলনাডু]]) [[ত্ৰিচিনাপল্লী]]ৰ ওচৰৰ থিৰুভানা ইককেভাল গাঁৱত<ref name="scientificpaperspix">{{cite book|title=Scientific Papers of C.V. Raman: Acoustics Volume 2|page=ix|author=Sir C. V. Raman|publisher=Indian Academy of Sciences|year=1988}}</ref>। পিতাকৰ আঠোটা সন্তানৰ ভিতৰত তেওঁ আছি দ্বিতীয় সন্তান। প্ৰাথমিক শিক্ষা ওৱালটায়াৰৰ পৰাই লাভ কৰিছিল। এঘাৰ বছৰ বয়সতে তেও প্ৰবেশিকাপ্ৰৱেশিকা পৰীক্ষা আৰু ১৯০১ চনত তেওঁ ৱালটায়াৰৰ পৰাই আই-এ পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰ পাছত তেওঁ মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হৈছিল। আৰু তাৰ পৰাই তেওঁ পোন্ধৰ বছৰ বয়সতে স্নাতক আৰু ওঠৰ বছৰ বয়সত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হয়। উল্লেখযোগ্য যে তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত [[পদাৰ্থ বিজ্ঞান]] অধ্যয়ন কৰিছিল যদিও চলি প্ৰথা মতে তেওঁ স্নাতক কলা আৰু স্নাতকোত্তৰ কলা বুলিহে লিখিব লগা হৈছিল। কলেজত পঢ়া সময়ৰে পৰা তেওঁ বিজ্ঞান বিষয়ৰ শব্দ, তাপ, আৰু বিদ্যুত বিষয়ক ভালেমান তথ্য উলিয়াছিল। সেয়ে ১৯০৬ চনত তেওঁ [[লণ্ডন]]ৰ দি ফিল'ছফিকেল মেগাজিনত এটা গধুৰ প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। স্নতকোত্তৰস্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত তেওঁৰ বিলাতলৈ যোৱাৰ সকলো খৰচ চৰকাৰেই বহন কৰিবলৈ বিচাৰিছিল যদিও তেওঁৰ সেই যাত্ৰা হৈ নুঠিল। তেওঁ সৰ্বভাৰতীয় বিত্ত বিভাগৰ প্ৰতিযোগীতামূলক পৰীক্ষা পাৰদৰ্শিতাৰে অৱত্তীৰ্ণ হৈছিল। তাৰ পাছতেই তেও ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ"/>
 
==কৰ্মজীৱন আৰু গবেষণা==
Line 48 ⟶ 46:
১৯২১ চনটো ৰমণৰ কাৰণে বৰ সৌভাগ্যৰ বছৰ আছিল, এই বছৰটোতে তেওঁ অক্সফোৰ্ডত অনুষ্ঠিত বিশ্ববিদ্যালয় কংগ্ৰছত যোগদান কৰিছিল কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে। তাতেই তেওঁ পৃথিৱীৰ বিভিন্ন বিজ্ঞানীৰ লগত পদাৰ্থ বিজ্ঞানৰ জটিল সমস্যাবিলাক মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে।তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰমণৰ এই আৱিস্কাৰ সমূহে ৰমণলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টকহমত অনুষ্ঠিত হোৱা ন'বেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহন কৰিছিল।
 
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্বাৱদানত ওলাইছিল Procedings আৰু Current Science নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। ন'বেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত ইণ্ডিয়ান ইনষ্টিটিউট অব্ চায়েন্সত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ নিজে ১৯৪৮ চনৰ পৰা এটা ৰমণ ৰিচাৰ্ছ ইনষ্টিটিউট নামৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি মৃত্যুৰ আগলৈকে তাত গৱেষণাতে কটাইছিল। তেওঁ যিটো যন্ত্ৰৰ সহায়ত গৱেষণা কৰি ন'বেল বঁটা পাইছিল, তাৰ মূল্য আছিল মাত্ৰ দুশ টকাহে। তেওঁ দৈনিক সন্ধিয়া ৫-৩০ বাজৰ পৰা ১০ বাজলৈ গৱেষণাগাৰতে কটাইছিল<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ"/>
 
==পৰস্কাৰ প্ৰাপ্ত বঁটা সমূহ==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে