ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{ infobox writer | name = ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ | image = | imagesize = | alt = | cap...
 
No edit summary
34 নং শাৰী:
| website =
}}
''' ৰাজেন্দ্ৰ প্ৰসাদ '''({{lang-en| Rajendra Prasad}})(১৮৮৪-১৯৬৩) ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম বাৰত গণৰাজ্যৰ '''প্ৰথম ৰাষ্ট্ৰপৰিৰাষ্ট্ৰপতি''' হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ '''অসহযোগ আন্দোলন''', ১৯৩২ চনৰ আইন '''অমান্য আন্দোলন''' আৰু ১৯৪২ চনৰ '''ভাৰত ত্যাগ আন্দোলনৰআন্দোলন'''ৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত [[ভাৰত]] চৰকাৰে তেওঁক '''ভাৰত-ৰত্ন''' উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল। দেশৰ কোটি কোটি জনতাৰ মাজত '''ৰাজেন্দ্ৰ বাবু''' বুলি জনাজাত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ সাতোটা ভাষা ভাল দৰে জানিছিল।