ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
11 নং শাৰী:
| death_date = ২৮ ফেব্ৰুৱাৰী, ১৯৬৩ চন
| death_place =
| occupation =[[ৰাষ্ট্ৰপতি]], [[উকীল]], [[আষ্ঠীকল কেৰাণী]], [[মন্ত্ৰী]], [[খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী]],[[সাংবাদিক]],[[সাহিত্যিক]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
34 নং শাৰী:
| website =
}}
''' ৰাজেন্দ্ৰ প্ৰসাদ '''({{lang-en| Rajendra Prasad}})(১৮৮৪-১৯৬৩) ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম বাৰত গণৰাজ্যৰ '''প্ৰথম ৰাষ্ট্ৰপতি''' হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ '''অসহযোগ আন্দোলন''', ১৯৩২ চনৰ আইন '''অমান্য আন্দোলন''' আৰু ১৯৪২ চনৰ '''ভাৰত ত্যাগ আন্দোলন'''ৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত [[ভাৰত]] চৰকাৰে তেওঁক '''ভাৰত-ৰত্ন''' উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল। দেশৰ কোটি কোটি জনতাৰ মাজত '''ৰাজেন্দ্ৰ বাবু''' বুলি জনাজাত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ সাতোটা ভাষা ভাল দৰে জানিছিল। তেওঁ সাহিত্যিক আৰু সাংবাদিক হিচাপেও প্ৰখ্যাতি আছিল প্ৰচুৰ, সাংবাদিক জীৱনত তেওঁ [['''চাৰ্চলাইট''']] নামৰ এখন ইংৰাজী কাকত আৰু [['''দেশ''']] নামৰ এখন হিন্দী কাকত প্ৰতিষ্ঠা কৰিছিল।
 
 
67 নং শাৰী:
#কনষ্ট্ৰাকটিভ প্ৰগ্ৰাম,
#খণ্ডিত ভাৰত,
#শিক্ষা আৰু সংস্কৃতিসংস্কৃতি।
 
 
=='''প্ৰথম ৰাষ্ট্ৰপতি ৰূপে দায়িত্ব আৰু শপত গ্ৰহণ'''==
১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা পুৱা ১০ বাজি ১৮ মিনিট যোৱাত ভূতপূৰ্ব গৱৰ্ণৰ জেনেৰেল [[চক্ৰৱৰ্ত্তী ৰাজাগোপালচাৰীয়েৰাজাগোপালচাৰী]]য়ে ভাৰতত[[ভাৰত]]ত নতুন শাসনতন্ত্ৰ প্ৰৱৰ্তনৰ কথা ঘোষনা কৰে আৰু সেই লোকতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে '''ডঃ ৰাজেন্দ্ৰ প্ৰসাদক।প্ৰসাদক'''। '''কামানৰ গৰ্জন''', '''ভেৰীৰ নিনাদ''', ৰাষ্ট্ৰীয় সংগীতৰ সুৰ, '''বন্দে মাতৰম''', মহাত্মা গান্ধী কী জয় ধ্বনিৰ এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত, সংবিধান সভাৰ সদস্যবৃন্দ, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীসকল, বিদেশী ৰাষ্ট্ৰনায়ক প্ৰতিনিধিসকল আৰু নিমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দৰ সন্মুখত দৰবাৰ হলত পুৱা ১০ বাজি ২১ মিনিট যোৱাত তেওঁ নিষ্ঠা আৰু পবিত্ৰতা ৰক্ষাৰ শপত বাক্য পাঠ কৰে। তেওঁক শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধিপতি [[হৰিলাল কানায়াই।কানায়া]]ই।
 
 
=='''মৃত্যু'''==
 
ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ সদাকত আশ্ৰমত ১৯৬৩ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে নিশা নৰনাটৰ সামৰণি পৰে।
 
 
==তথ্য সংগ্ৰহ==
Line 76 ⟶ 83:
 
==বাহ্যিক সংযোগ==
*[http://indianpost.com/viewstamp.php/Alpha/P/Rajendra%20PRASAD An article on PurushottamRajendra Das TandonPrashad]
*[http://www.searchforlight.org/lotushall/towardsfreedom/towardsfreedom_kittu_13.htm Opposition to Partition]
*[http://www.cpiml.org/liberation/year_2005/August05/path_to_partition.htm Path to Partition]
Line 106 ⟶ 113:
 
[[en:Rajendra Prashad]]
 
[[ar:تشاندراسيخارا رامان]]
[[be:Чандрасекхара Венката Раман]]
[[be-x-old:Чандрасэкара Вэнката Раман]]
[[bg:Венката Раман]]
[[bn:চন্দ্রশেখর ভেঙ্কট রমন]]
[[br:Candraśekhara Veṇkaṭa Rāman]]
[[ca:Chandrasekhara Raman]]
[[cs:Chandrasekhara Venkata Raman]]
[[de:C. V. Raman]]
[[el:Τσαντρασεκάρα Ράμαν]]
[[en:C. V. Raman]]
[[eo:Chandrasekhara Venkata Raman]]
[[es:Chandrasekhara Raman]]
[[eu:Chandrasekhara Venkata Raman]]
[[fa:سی وی رامان]]
[[fi:Chandrasekhara Raman]]
[[fr:Chandrashekhara Venkata Râman]]
[[gl:Chandrasekhara Venkata Raman]]
[[gu:સી. વી. રામન]]
[[hi:चन्द्रशेखर वेङ्कट रामन्]]
[[hr:Čandrasekara Venkata Raman]]
[[ht:Chandrasekhara Venkata Raman]]
[[id:Venkata Raman]]
[[io:Chandrashekhara Venkata Raman]]
[[it:Chandrasekhara Venkata Raman]]
[[ja:チャンドラセカール・ラマン]]
[[kn:ಚಂದ್ರಶೇಖರ ವೆಂಕಟರಾಮನ್]]
[[ko:찬드라세카라 벵카타 라만]]
[[ku:C. V. Raman]]
[[la:Venkata Raman]]
[[ml:ചന്ദ്രശേഖര വെങ്കിട്ടരാമൻ]]
[[mr:चंद्रशेखर वेंकट रामन]]
[[ne:चन्द्रशेखर वेङ्कट रामन]]
[[nl:Chandrasekhara Raman]]
[[nn:C.V. Raman]]
[[no:Venkata Raman]]
[[oc:Venkata Raman]]
[[pl:Chandrasekhara Venkata Raman]]
[[pms:Chandrasekhara Raman]]
[[pnb:وینکٹا رامن]]
[[pt:Chandrasekhara Venkata Raman]]
[[ro:Chandrasekhara Venkata Raman]]
[[ru:Чандрасекхара Венката Раман]]
[[sa:चन्द्रशेखर वेङ्कटरामन्]]
[[sh:Čandrasekara Venkata Raman]]
[[sk:Čandiraséchara Venkata Ráman]]
[[sl:Čandrasekara Venkata Raman]]
[[sr:Чандрасекара Венката Раман]]
[[sv:Chandrasekhara Venkata Raman]]
[[sw:Chandrasekhara Raman]]
[[ta:ச. வெ. இராமன்]]
[[te:చంద్రశేఖర వేంకట రామన్]]
[[tr:Venkata Raman]]
[[uk:Чандрасекара Венката Раман]]
[[yo:C. V. Raman]]
[[zh:钱德拉塞卡拉·文卡塔·拉曼]]