দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Tags
No edit summary
16 নং শাৰী:
}}
 
[[হিন্দু]] দেবী [[দুর্গা|দুর্গাৰ]] আৰধনাকে কেন্দ্র কৰি অনুষ্ঠিত হয় [[বাঙালি]] হিন্দু সম্প্রদায়ৰ বৃহত্তম ধর্মীয় আৰু সামাজিক উৎসব '''দুর্গাপূজাদুর্গা পূজা''' বা '''দুর্গোৎসব''' । শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত [[দুর্গাপূজা]] পালন কৰা হয় । চত অর্থাৎ বসন্তকালৰ [[দুর্গাপূজা]]ক বাসন্তী [[দুর্গাপূজাদুর্গা পূজা]] আৰু আহিন অর্থাৎ শৰৎ কালৰ [[দুর্গাপূজাদুর্গা পূজা]]ক শাৰদীয় [[দুর্গাপূজাদুর্গা পূজা]] নামে জনাজাত । ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই [[দুর্গাপূজাদুর্গা পূজা]] পালন কৰে । ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]] [[ত্ৰিপুৰা]] [[বিহাৰ]] [[ঝাৰখাণ্ড]] আৰু [[ত্ৰিপুৰাউৰিষ্যা]]ত [[দুর্গাপূজা]] সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয় । বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও [[দুর্গাপূজাদুর্গা পূজা]] পালন কৰে ।
 
সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী প্ৰযন্ত থাকে এই '''দুর্গোৎসব''' । এই পাঁচ দিন যথাক্ৰমে দুর্গাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানবমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱি পক্ষ নামেৰেও জনাযায় । পুৰ্ববৰ্তী অমাব্যাৰ দিনা এই দেৱিপক্ষৰ সুচনা হয় আৰু ইয়াক [[মহালয়া]] বুলিও জনা হয় । আৰু পুৰ্ণীমাৰ দিনাক লক্ষ্মীপূজাৰ দিন হিচাপে গণ্য কৰা হয় ।
[[হিন্দু]] দেবী [[দুর্গা|দুর্গাৰ]] আৰধনাকে কেন্দ্র কৰি অনুষ্ঠিত হয় [[বাঙালি]] হিন্দু সম্প্রদায়ৰ বৃহত্তম ধর্মীয় আৰু সামাজিক উৎসব '''দুর্গাপূজা''' বা '''দুর্গোৎসব''' । শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত [[দুর্গাপূজা]] পালন কৰা হয় । চত অর্থাৎ বসন্তকালৰ [[দুর্গাপূজা]]ক বাসন্তী [[দুর্গাপূজা]] আৰু আহিন অর্থাৎ শৰৎ কালৰ [[দুর্গাপূজা]]ক শাৰদীয় [[দুর্গাপূজা]] নামে জনাজাত । ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই [[দুর্গাপূজা]] পালন কৰে । ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]] আৰু [[ত্ৰিপুৰা]]ত [[দুর্গাপূজা]] সৰ্বাধিক জাকত জিলিকা হয় । বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও [[দুর্গাপূজা]] পালন কৰে ।
 
==পৌৰাণিক উপাথ্যান==
 
[[চিত্র:Para-Mahashasthi.JPG|thumb|right|250px|কলকাতাৰ একোটা পূজামণ্ডপত মহাষষ্টীৰ দেবীপ্রতিমা, ২০০৬]]
 
===ব্ৰহ্মবৈবৰ্ত পুৰাণ===
 
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰবৰ্তক স্বয়ং শ্ৰী[[কৃষ্ণ]] । দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় । কোৱা উচিত হব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক ইতিহাস নাই । <ref>প্রবন্ধ ''শব্দাঞ্জলিত দুর্গা পূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্রিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩ দ্রঃ</ref>
 
===দেৱী ভাগৱত পুৰাণ===
 
দেৱী ভীগৱত অনুসাৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰুদসাগৰৰ পাৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তী নিৰ্মান কৰি আৰধনা কৰে । আৰু এই সময় খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে লগতে আহাৰ আৰু শ্বাস গ্ৰহন পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপষ্যা কৰে । আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনু বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওঁক । মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছো । বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্রলাভ কৰা ।” <ref>প্রবন্ধ ''শব্দাঞ্জলিতে দুর্গাপূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্রিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩-৬৪ দ্রঃ</ref>
 
[[File:Durga 1.jpg|thumb|250px|২০০৯ এটা দুর্গা প্রতিমা]]
 
==মূর্তিসমূহ==
 
দুৰ্গা দেৱীৰ মূৰ্টিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায় । এই মূৰ্তি সমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক ।কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল ।
 
===দুৰ্গা===
 
‘দ’-আখৰে দৈত্যনাশ, ‘ঊ’-কাৰে বঘ্নিনাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক । অর্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । <ref> ''শব্দকল্পদ্রুম'' ৩।১৬৬৬; ''পূজা-বিজ্ঞান'', স্বামী প্রমেয়ানন্দ, উদ্বোধন কার্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত</ref>
 
 
===সিংহ===
 
[[চিত্র:332 durga-alone.png|thumb|3oopx|left|উত্তৰ কলিকতাৰ কাশীপুৰৰ এটা মণ্ডপত তাপসীবেশীৰে সিংহবাহিনী মহিষাশুৰ মর্দিনী]]
 
দেৱী দুৰ্গাৰ বাহন সিংহ ।
 
===মহিষাশুৰ===
 
মহিষাশুৰ এটা অসুৰ । তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে ।
 
==তথ্য সংগ্রহ==
{{reflist|2}}
 
[[bpy:দুর্গা]]