ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

57 নং শাৰী:
==হত্যা==
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|150px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]]
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মাৰ্চ তাৰিখে, [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ [[শ্ৰীপেৰুম্বুদূৰ]] [[লোকসভা]] আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/11soni1.htm |title=Sonia checks her emotions, but her interpreter goes full throttle |author=N Sathiya Moorthy |work=Rediff On The NeT |publisher=Rediff.com |date = January 1998|accessdate=7 March 2010}}</ref> এই সভাতেই তেওঁক তামিল আত্মঘাতী উগ্ৰপন্থী [[এল টি টি ই]]ৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।
 
 
==তথ্য সংগ্ৰহ==