ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
|image = Rajiv_Gandhi,_PM_of_India_official_portrait_from_the_PM_of_India_website.jpg
|office = ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী
|president = [[:en:Zail Singh|জৈল সিং]]<br>[[ৰামস্বামী ভেংকটৰমন]]
|term_start = ৩১ অক্টোবৰ ১৯৮৪
|term_end = ২ ডিচেম্বৰ ১৯৮৯
|predecessor = [[ইন্দিৰা গান্ধী]]
|successor = [[ভি পি সিং]]
|office2 = [[:en:Minister of External Affairs (India)|Minister of External Affairs]]
|term_start2 = ২৫ জুলাই, ১৯৮৭
|term_end2 = ২৫ জুন, ১৯৮৮
|predecessor2 = [[নাৰায়ণ দত্ত তিৱাৰী]]
|successor2 = [[P. V. Narasimha Rao|Narasimha Rao]]
|term_start3 = ৩১ অক্টোবৰ ১৯৮৪
|term_end3 = ২৫ছেপ্তেম্বৰ ১৯৮৫
|predecessor3 = ইন্দিৰা গান্ধী
|successor3 = [[বালি ৰাম ভগত]]
|office4 = বৃত্ত মন্ত্ৰী
|term_start4 = ২৪ জানুৱাৰি, ১৯৮৭
22 নং শাৰী:
|predecessor4 = ভি পি সিং
|successor4 = নাৰায়ণ দত্ত তিৱাৰী
|office5 = [[প্ৰতিৰক্ষা মন্ত্ৰী]]
|term_start5 = ২৫ছেপ্তেম্বৰ ১৯৮৫
|term_end5 = ২৪ জানুৱাৰি, ১৯৮৭
30 নং শাৰী:
|birth_place = [[মুম্বাই|বম্বে]], ব্ৰিটিছ ইণ্ডিয়া
|death_date = {{death date and age|1991|5|21|1944|8|20|df=y}}
|death_place = [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]], Indiaভাৰত
|party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|spouse = [[ছোনিয়া গান্ধী]]
39 নং শাৰী:
}}
 
'''ৰাজীৱ ৰত্ন গান্ধী''' ({{IPAclang-en|'|r|ɑː|dʒ|iː|v|_|ˈ|ɡ|ɑː|n|d|iːRajiv Gandhi}} ({{audio|Hi-RajivGandhi.ogg|উচ্চাৰণ}};) [[ভাৰতবৰ্ষ]]ৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল(১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ ''কম বয়সীয়া প্ৰধানমন্ত্ৰী'' হিচাপে পৰিগণিত হয়। ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মন '''[[ভাৰত-ৰত্ন''']] উপাধিৰে তেওঁক সন্মনিত কৰে।
 
ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।
 
 
==জন্ম==
ৰাজীৱ গান্ধীৰ জন্ম হয় ১৯৪৪ চনৰ ২০ আগষ্টত মুম্বাইত।[[মুম্বাই]]ত। তেওঁৰ মাতৃ হৈছে '''[[ইন্দিৰা গান্ধী]]''' আৰু পিতৃ হৈছে '''ফিৰোজ গান্ধী।গান্ধী'''। সৰু কাল তেওঁ লাহ-বিলাহৰ মাজেৰে কটায়। সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা ৰাজীৱ গান্ধীয়ে অভাব কি নেদেখিলে। জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই তেওঁ শৈশৱতটো ৰাজকীয় পৰিবেশতে কটায়। শৈশৱত তেওঁ বিজ্ঞান আৰু কাৰিকৰী বিদ্যাত প্ৰবল অনুৰাগী দেখা গৈছিল।
 
==শিক্ষা==
Line 57 ⟶ 56:
==হত্যা==
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|150px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]]
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মাৰ্চ তাৰিখে, [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]] [[লোকসভা]] আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/11soni1.htm |title=Sonia checks her emotions, but her interpreter goes full throttle |author=N Sathiya Moorthy |work=Rediff On The NeT |publisher=Rediff.com |date = January 1998|accessdate=7 March 2010}}</ref> এই সভাতেই তেওঁক তামিল আত্মঘাতী উগ্ৰপন্থী [[:en:Liberation Tigers of Tamil Eelam|এল টি টি ই]]ৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।
 
==তথ্য সংগ্ৰহ==