ৰাজ্যসভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: == ৰাজ্যসভা == ৰাজ্যসভা হৈছে ভাৰতিয় সংসদৰ উচ্চ সদন। ৰাজ্যসভাৰ ...
 
No edit summary
1 নং শাৰী:
 
== ৰাজ্যসভা ==
[[Image:Rajyasabha.jpg]]
ৰাজ্যসভা হৈছে ভাৰতিয় সংসদৰ উচ্চ সদন। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনিত কৰে, বাকিসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নির্বাচিত কৰে।
ৰাজ্যসভাৰ এজন সদস্যৰ কার্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমুহ পুৰণ কৰাৰ বাবে নির্বাচন অনুস্থিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়ও ভঙ্গ্ নহয়।</br>
"https://as.wikipedia.org/wiki/ৰাজ্যসভা"ৰ পৰা অনা হৈছে