স্বাগতম!Rajuonline

ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্রহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্রশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০৫:০৮, ৩ জুন ২০০৯ (UTC)

মোৰ পৃষ্ঠাত দিয়া মতামতৰ বাবে ধন্যবা্দ সম্পাদনা কৰক

বিষয়: Message বোৰ হিন্দিত থকাৰ বাবে অনুবাদ কৰিবলৈ সুবিধাই হৈছে দিয়ক, কাৰণ মই অনুবাদ কৰোতে কেইবাবাৰো হিন্দি শব্দবোৰৰ সহায় লৈছো; যিহেতু দুয়োটা ভাষাৰ মূল একে (সংস্কৃত) সেয়েহে ই সহায়ক হৈছে।

আপুনিও কথাটো অনুভৱ কৰিছে? মোৰ মতেও মূল যুক্তি এইটোৱেই।

Psneog ১৫:৩০, ২৮ জুলাই ২০০৮ (UTC)

জতুৱা ঠাঁচ সম্পাদনা কৰক

জতুৱা ঠাঁচৰ লগতে খণ্ডবাক্য আৰু ফকৰা-যোজনাৰ লগত প্ৰৱচন শব্দটোও ভৰাব পাৰিনেকি বাৰু ??


খণ্ডবাক্য, জতুৱা ঠাঁচ: ইয়াত সাধাৰণতে দুটা বা তিনিটা শব্দ থাকে, সেয়ে ই খণ্ডবাক্য ৷ কিন্তু সেই শব্দ কেইটাই তাৰ আভিধানিক অৰ্থ নুবুজাই সামূহিকভাৱে ব্যঞ্জনাৰ্থহে বুজাই৷ ইয়াত বিশেষ শব্দৰ লগত বিশেষ শব্দ সংযোগহৈ বিশেষ অৰ্থ প্ৰকাশ কৰে বাবে ইয়াক 'জতুৱা ঠাঁচ' বোলে৷ কিন্তু এই শব্দবোৰৰ সালসলনি কৰিব নোৱাৰি৷ যেনে- "কথা চহকী"(বেছিকৈ কথা কোৱা স্বভাৱৰ) , "পানী কৰ"(নষ্ট কৰ) আদি

প্ৰৱচন, ফকৰা-যোজনা: প্ৰৱচন, ফকৰা-যোজনা, যোজনা আটাইকেইটাৰ অৰ্থ একেই ৷ এই বিলাক হৈছে কিছুমান বচন বা উক্তি, ইয়াত শব্দগত অৰ্থৰ উপৰিও এটা ভাৱাৰ্থ লুকাই থাকে আৰু তাৰ প্ৰসঙ্গৰ বিষয়ে জানিলেহে সেই প্ৰৱচনবোৰৰ প্ৰকৃত অৰ্থ বুজিব পাৰি৷ যেনে- "অতি ভক্তি চোৰৰ লক্ষণ" , জ্বলা জুইত ঘিউ ঢলা"

(Anjal Borah ১১:১৭, ৭ আগষ্ট ২০০৮ (UTC))

অসমৰ সুপ্ৰসিদ্ধ মানুহ সম্পাদনা কৰক

ৱিকিপিডিয়াৰ সন্মুখ পৃষ্ঠাত অসমৰ সুপ্ৰসিদ্ধ মানুহ বাক্যটো ভুল হৈ আছে ৷ সেইবাবে লিঙ্ক হোৱা নাই ৷ মই অসমৰ সুপ্ৰসিদ্ধ মানুহ হিচাপে এটা বৰ্গত আজি নতুনকৈ ভবেন্দ্ৰ নাথ শইকীয়া সহ আগৰ আন দুজনক অন্তৰ্ভুক্ত কৰিছোঁ ৷ সন্মুখ পৃষ্ঠাৰ শব্দটো কোনোবা এডমিন এজনেহে শুদ্ধ কৰিব পাৰিবনেকি ? আগতেও মই এই কথা অনুকিয়াইছিলোঁ ৷ শুদ্ধ নহ'ল ৷

(Anjal Borah ১২:৩৮, ৭ আগষ্ট ২০০৮ (UTC))



সম্ভাৰত মোৰ ৱিকিপিডিয়াৰ ওপৰত প্ৰৱন্ধ

৭ তাৰিখৰ দেওবাৰৰ অসমীয়া প্ৰতিদিন কাকতৰ সম্ভাৰত মোৰ ৱিকিপিডিয়াৰ ওপৰত প্ৰৱন্ধ এটা প্ৰকাশ পাইছে, পঢ়ি চাব , নহ'লে আপোনাৰ মেইল ঠিকনাটো দিব মই পঠিয়াই দিম ৷ কেনে হৈছে জনাব মোৰ ঠিকনা - anjal_borah@indiatimes.com

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Rajuonline,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক